ধেমাজি জিলা
৮ প্ৰবন্ধ
-
ধেমাজি জিলা
ধেমাজি জিলা অসম ৰাজ্যৰ ব্ৰহ্মপুত্ৰ নৈৰ উত্তৰ পাৰে অৱস্থিত এখন সীমান্তীয় জিলা, যাৰ ভূগোল বানপানী আৰু নদী-গতিশীলতাৰে ঘনিষ্ঠভাবে জড়িত। ঐতিহাসিকভাৱে চুতীয়া ৰাজ্য আৰু পাছত আহোম শাসনৰ সৈতে এই অঞ্চলৰ গুৰুত্ব উল্লেখযোগ্য, আৰু আধুনিক কালত ১৯৮৯ চনত জিলা হিচাপে গঠন হয়।
-
ধেমাজি
ধেমাজি উজনি অসমৰ এখন গুৰুত্বপূৰ্ণ চহৰ আৰু ধেমাজি জিলাৰ সদৰ ঠাই। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত এই চহৰ বানপানী-প্ৰবণ ভূ-প্ৰকৃতি, ঐতিহাসিক পটভূমি আৰু সড়ক–ৰে’ল সংযোগৰ বাবে উল্লেখযোগ্য।
-
গোগামুখ
গোগামুখ ধেমাজি জিলাৰ এখন অন্যতম চহৰ। এটা চাৰিআলিক কেন্দ্ৰ কৰি গঢ়ি উঠা এই চহৰখন বৰ্তমান ধেমাজি জিলাৰ শিক্ষা, বাণিজ্য আৰু অৰ্থনৈতিক ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ হৈ উঠিছে। ইয়াত বিভিন্ন জাতি-জনগোষ্ঠীৰ লগতে মিচিং লোক সকলৰ ঘন জনবসতি। মিচিং সকলৰ স্বায়ত্ত্ব শাসন পৰিসদৰ মুখ্য কাৰ্য্যালয় ইয়াতে অৱস্থিত।
-
চিচিবৰগাঁও
চিচিবৰগাঁও অসমৰ ধেমাজি জিলাৰ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁও। গাঁওখনৰ উত্তৰ দিশে গাইনদী,পূৱে চিলাপথাৰ চহৰ আৰু পশ্চিমে গাইনদী বৈ গৈছে। চিচিবৰগাঁও এখন উন্নত আৰু জনবসতিপূৰ্ণ গাঁও। শেহতীয়াকৈ চিচিবৰগাঁৱে এটা বিধান সভা সমষ্টি হিচাপে চিহ্নিত হয়।
-
চিচিবৰগাঁও বিধানসভা সমষ্টি
চিচিবৰগাঁও বিধানসভা সমষ্টি (ইংৰাজী: Sissiborgaon Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত ধেমাজি জিলাৰ অন্তৰ্গত এই সমষ্টিটো নতুনকৈ গঠন কৰা হয় (পূৰ্বৰ ধেমাজি আৰু জোনাই সমষ্টিৰ একাংশ লৈ ইয়াৰ সৃষ্টি কৰা…
-
গোগামুখ মহাবিদ্যালয়
ধেমাজি জিলাৰ গোগামুখ অঞ্চলৰ অন্যতম শিক্ষানুষ্ঠান গোগামুখ মহাবিদ্যালয় স্থাপিত হয় ১৯৮১ চনত। ই গোগামুখ চহৰৰ পৰা দক্ষিণে, গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু গোগামুখ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ মাজত অৱস্থিত।
-
ডিমৌ, ধেমাজি
ডিমৌ (ইংৰাজী: Dimow), লোকপিয়লৰ তথ্যত ডিমৌ চাৰিআলি নামেৰে নথিভুক্ত, ভাৰতৰ অসম ৰাজ্যৰ ধেমাজি জিলাৰ চিচিবৰগাঁও মহকুমাৰ অন্তৰ্গত এখন গাঁও। গাঁওখন ডিমৌ গাঁও পঞ্চায়তৰ অন্তৰ্গত। ২০১১ চনৰ ভাৰতীয় লোকপিয়ল অনুসৰি ডিমৌ চাৰিআলি গাঁৱৰ মুঠ জনসংখ্যা আছিল ৭৩১ জন আৰু মুঠ পৰিয়ালৰ সংখ্যা আছিল ১৪৬টা।
-
মূৰ্কংচেলেক
মূৰ্কংচেলেক (ইংৰাজী: Murkongselek) অসমৰ ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত এখন গাঁও। ই অসমৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত আৰু অৰুণাচল প্ৰদেশৰ পূব ছিয়াং জিলাৰ সদৰ পাছিঘাটৰ ওচৰত অৱস্থিত। মূৰ্কংচেলেক অঞ্চলটো অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ যোগাযোগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ।