গাভৰু খাঁ(১৬ শতিকা)ৰ পিতৃ আছিল ৰাম খাঁ। তেওঁ চতুৰ্ভুজ ঠাকুৰৰ কন্যা ভাৱপ্ৰিয়াক বিয়া কৰাইছিল। তেওঁ কংসাৰি কায়স্থ তথা বৈষ্ণৱ কবিসকলক পৃষ্ঠপোষকতা কৰিছিল। চিলাৰায়ৰ আহোম ৰাজ্য আক্ৰমণ অভিযানৰ অন্যতম সেনাপতি আছিল এই গাভৰু খাঁ ১।
তথ্যসূত্ৰ
- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৭০
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গাভৰু খাঁ” প্ৰবন্ধৰ সংশোধন ১০৭৭৫৬ (১৭ ডিচেম্বৰ ২০১২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।