কংসাৰি কায়স্থ (১৬ শতিকা) যশৱন্ত খাঁ নামৰ কায়স্থ শ্ৰেষ্ঠৰ বংশধৰ। মাধৱদেৱৰ থানত বাস কৰিছিল। আন এটা নাম আছিল পীতাম্বৰ। মহাভাৰতৰ কিৰাট অনুপৰ্বৰ আৰু বিৰাট পৰ্বৰ দক্ষিণ গোগ্ৰাহৰ কিছু অংশ আৰু উত্তৰ গোগ্ৰাহৰ ভাঙনি কৰিছিল। গাভৰু খাঁ এখেতৰ পৃষ্ঠপোষক আছিল বুলি অনুমান কৰা হয়।১
তথ্যসূত্ৰ
- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কংসাৰি কায়স্থ” প্ৰবন্ধৰ সংশোধন ২২৩৫৫৮ (২৮ এপ্ৰিল ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।