অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

গান্ধী দ্য মেন

গান্ধী দ্য মেন (Gandhi the Man)হ'ল একনাথ ঐশ্বৰণে লিখা মহাত্মা গান্ধীৰ জীৱনী। কিতাপখন মূলতে ১৯৭৩চনত আমেৰিকাত প্ৰকাশ হৈছিল। পৰৱৰ্তী বহুবোৰ সংবৰ্ধিত সংস্কৰণো প্ৰকাশ হৈছে। ইংৰাজীৰ বাহিৰেও বহুবোৰ ভাষাত বিদেশী সংস্কৰণ প্ৰকাশ হৈছে।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ২০৬ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

গান্ধী দ্য মেন (Gandhi the Man)হ'ল একনাথ ঐশ্বৰণে লিখা মোহনদাস কৰমচান্দ গান্ধীৰ জীৱনী। কিতাপখন মূলতে ১৯৭৩চনত আমেৰিকাত প্ৰকাশ হৈছিল। পৰৱৰ্তী বহুবোৰ সংবৰ্ধিত সংস্কৰণো প্ৰকাশ হৈছে। ইংৰাজীৰ বাহিৰেও বহুবোৰ ভাষাত বিদেশী সংস্কৰণ প্ৰকাশ হৈছে।<ref name=gtmchinese/><ref name=gtmczech/><ref name=gtmdutch83/><ref name=gtmdutch97/><ref name=gtmgerman83/><ref name=gtmgerman97/><ref name=gtmindonesian13/><ref name=gtmjapanese13/><ref name=gtmkorean/><ref name=gtmkurdish10/><ref name=gtmpersian/><ref name=pwgtmchina/>১ বাতৰি কাকত,<ref name=mckibben89>Bill McKibben (1989, May 21). New York Post, pp. 4-5. Review of Gandhi the Man, A Man to Match His Mountains, Meditation, The Mantram Handbook, and Conquest of Mind.</ref>২ প্ৰফেচনেল জাৰ্নেল<ref name=cody81/><ref name=emeigh88>Tonya Huber Emeigh. (1988). Humane education: Science, technology, and society in the English classroom. Bulletin of Science, Technology & Society. পৃ. 47–63</ref> আৰু ৱেবচাইটত কিতাপখনৰ পৰ্যালোচনা প্ৰকাশ পাইছে।

অন্তৰ্ভুক্ত বিষয়সমূহ

গান্ধী দ্য মেনৰ সকলো আমেৰিকান সংস্কৰণতে চাৰিটা মুখ্য ভাগ অন্তৰ্ভুক্ত হৈছে। এইকেইটা হ'ল ১)দ্য ট্ৰেন্সফ'ৰমেচন (পৰিৱৰ্তন), ২)দ্য ৱে অৱ লাভ(ভালপোৱাৰ বাট), ৩)মাডাৰ এণ্ড চাইল্ড (মাক আৰু সন্তান), ৪)গান্ধী দ্য মেন (গান্ধী মানুহজন)। সকলো আমেৰিকান সংস্কৰণতে অসংখ্য ছবি সংলগ্ন কৰা হৈছে। শেহতীয়া সংস্কৰণ সমূহত মাইকেল নেগলাৰৰ আগকথা আৰু তিমথি ফ্লিনডাৰ্চৰ হাও সত্যাগ্ৰহ ৱৰ্কচ্‌(সত্যাগ্ৰহে কেনেকৈ কাম কৰে) শীৰ্ষক অনুবন্ধ আছে। ৪ৰ্থ সংস্কৰণত(২০১১) কেইবাপৃষ্ঠাজোৰা মেপ, ক্ৰন'লজি আৰু শেষ পৃষ্ঠাৰ টোকা আছে।৩

পৰ্যালোচনা আৰু প্ৰদৰ্শন

এই কিতাপখনৰ পৰ্যালোচনা দ্য নিউ য়ৰ্ক পোষ্ট, দ্য চান ফ্ৰাঞ্চিকো ক্ৰনিকেল,২ দ্য হিষ্ট্ৰী টিচাৰ<ref name=cody81>Donald K. Cody. (1981). (Untitled review of Easwaran's Gandhi the Man). The History Teacher. পৃ. 269</ref> আৰু অন্যবোৰত প্ৰকাশ পায়।

পাঠ্যক্ৰম

আমেৰিকাত থকা এটা গীৰ্জাঘৰে আগবঢ়োৱা এটি সপ্তাহজোৰা পাঠ্যক্ৰমত গান্ধী দ্য মেন কিতাপখন আধাৰ ৰূপে লোৱা হৈছে।<ref name=coursebasis>The Wisdom of Gandhi, "A seven-week study series that highlights Mahatma Gandhi's spiritual practice to make nonviolence a force in everyday life" written in 1999 by ministers of Unity of the Valley of Eugene Oregon. The series "became the most popular seven-week program ever offered at Unity of the Valley." (accessed 26 Jan 2013)</ref>

সংস্কৰণ

মূল সংস্কৰণটো গ্লাইড প্ৰকাশনে (চান ফ্ৰাঞ্চিকো) ১৯৭৩ চনত প্ৰকাশ কৰিছিল। বহুবছৰ পাছত ইউ এছ সংস্কৰণবোৰ নীলগিৰি প্ৰেছৰপৰা প্ৰকাশ হয়। অন্যবোৰ সংস্কৰণ চীনা<ref name=gtmchinese>একনাথ ঐশ্বৰণ (1998). 圣雄·甘地: 非暴力之父 (The Father of Nonviolence: Mahatma Gandhi),, (306 pages)</ref>৪, চেচ৫, ওলন্দাজ<ref name=gtmdutch83>একনাথ ঐশ্বৰণ (1983). Gandhi (Hilde Lichtendahl, trans.). Netherlands: Sirius en Siderius., </ref><ref name=gtmdutch97>একনাথ ঐশ্বৰণ (1997). Gandhi Een biografie Netherlands: Ankh-Hermes. (paper)</ref>, জাৰ্মান<ref name=gtmgerman83>একনাথ ঐশ্বৰণ (1983). Der Mensch Gandhi. Germany:Grumann., (184 pages).</ref><ref name=gtmgerman97>একনাথ ঐশ্বৰণ (1997). Der Mensch Gandhi. Sein Leben ist eine Botschaft (Gandhi the Man: His Life is a Message). Freiburg, Germany:Herder. </ref>, ইণ্ডোনেছিয়ান<ref name=gtmindonesian13>একনাথ ঐশ্বৰণ (2013). Gandhi the Man - Seorang pria yang mengubah dirinya demi mengubah dunia. Indonesia: Bentang Pustaka (Mizan Group)., (288 pages).</ref>, জাপানী,<ref name=gtmjapanese13>একনাথ ঐশ্বৰণ (2013). 人間ガンディー 世界を変えた自己変革 / (Gandhi the Man: How One Man Changed Himself to Change the World) (スタイナー 紀美子= Kimiko Steiner, trans.). Osaka, জাপান: 大阪東方出版 / Eastern Osaka Publishing.,,, (214 pages)</ref>, কোৰীয়,<ref name=gtmkorean>একনাথ ঐশ্বৰণ (2005). 비폭력이 가장 위대한 사랑이다 (Nonviolence is the Greatest Love) (박유진, trans.). Korea: 꿈꾸는돌., </ref> কুৰ্ডিছ<ref name=gtmkurdish10>একনাথ ঐশ্বৰণ (2010). Rebāzī-i ʻashq: chīrokī wacharkhānī roḥī-y Māhātmā Gāndī (Hāwār Aḥmad Halanjayi [Halabjayi], trans. from Persian). Hawler [Erbil], Iraq: Chāpkhāna-y Minārih. (175 pages)</ref> আৰু ফাৰ্চী<ref name=gtmpersian>একনাথ ঐশ্বৰণ (2001). Rāh-i ʻishq: dāsitān taḥūl rūḥī mahātmā Gāndī (The Way of Love: The Story of Mahatma Gandhi's spiritual transformation) (Shahram Tabrizi, trans.). Iran: ققنوس، (Phoenix).,, (190 pages).</ref> ভাষাত প্ৰকাশ হয়।

ইংৰাজী ভাষাৰ সংস্কৰণটো কানাডা, ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰকাশ হয়।

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Foreign editions of Nilgiri Press Books, Archived copy, accessed 3 April 2010
  2. ↑ Patricia Holt. (24 December 1997). Images of Gandhi's progress toward greatness. San Francisco Chronicle. পৃ. C6
  3. ↑ See 4th edition, pp. 173-185. (back cover text states these are new)
  4. ↑ Lynn Garrett (1998, Jan. 12). Gandhi in China. Publishers Weekly, v245 n2, p30. "Nilgiri Press... was surprised to receive an e-mail in September from the Sichuan Copyright Agency in the People's Republic of China, expressing interest in publishing a Chinese edition of its Gandhi the Man (especially since relations between China and India have not always been the best).... the book will be released in China on January 30" (p. 30)
  5. ↑ একনাথ ঐশ্বৰণ (1999). Gándhí člověk: příběh jeho transformace (Gandhi the Man: The Story of his Transformation) (Bohumila Kučerová, trans.). Czech Republic: Volvox Globator., (140 pages)

সম্পৰ্কিত শ্ৰেণী

ইংৰাজী গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গান্ধী দ্য মেন” প্ৰবন্ধৰ সংশোধন ৬২৪৮৩৯ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।