কোৰাচ ( Chorus ) ১৯৭৪-ত মুক্তি পোৱা মৃণাল সেন পৰিচালিত এখন সমান্তৰাল ধাৰাৰ বঙালী চলচ্চিত্ৰ।১২ মৃণাল সেন প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই ছবিখনে শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ৩ লাভ কৰাৰ উপৰিও ই ৯ম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিছিল আৰু ৰূপৰ পদক পাইছিল। ৪
অভিনয় শিল্পী
- উৎপল দত্ত
- অসিত বন্দোপধ্যায়
- শেখৰ চেতাৰ্জী
- ৰবি ঘোষ
- দিলীপ ৰায়
- হাৰাধন বন্দোপধ্যায়
- অজয় বেনাৰ্জী
- শুভেন্দু চেতাৰ্জী
- গীতা সেন
- ৰসৰাজ চক্ৰৱৰ্তী
- সুপান্থ ভট্টাচাৰ্যী
বঁটা
২২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৭৪)
- শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় বঁটা (স্বৰ্ণকমল)
- শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী (ক’লা-বগা)- কে কে মহাজন
- শ্ৰেষ্ঠ সংগীত পৰিচালক- অন্নদা শংকৰ
বেংগল ফিল্ম জাৰ্ণেলিষ্টছ্ বঁটা
- শ্ৰেষ্ঠ সহযোগী অভিনেতা- অসিত বন্দোপধ্যায়
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Chorus (1974) - Review, Star Cast, News, Photos. Cinestaan
- ↑ Chorus (1974). Indiancine.ma
- ↑ 22nd National Film Awards. Directorate of Film Festivals
- ↑ 9th Moscow International Film Festival (1975). MIFF
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোৰাচ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪১৩৯৮৮ (২৪ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।