কোণাৰ্ক সূৰ্য মন্দিৰ (Sun Temple, Konârak) ভাৰতৰ ওড়িশা ৰাজ্যৰ কোণাৰ্কত অৱস্থিত ত্ৰয়োদশ শতাব্দীত নিৰ্মিত এটি সূৰ্য মন্দিৰ১। ই "ব্লেক পেগ'ডা" নামেও পৰিচিত।২ মন্দিৰটো বংগোপসাগৰ তীৰত ভাৰতৰ পূৱ উপকূলত মহানদী ব-দ্বীপত অৱস্থিত। পূৱ গঙ্গ ৰাজবংশৰ ৰজা প্ৰথম নৰসিংহদেৱে প্ৰায় ১২৫০ খ্ৰীষ্টাব্দত পাথৰেৰে নিৰ্মিত এই মন্দিৰটো নিৰ্মাণ কৰে।৩ ই সূৰ্য (দেৱতা)ৰ চব্বিশ চক্ৰবিশিষ্ট ৰথৰ আকাৰত নিৰ্মিত। অত্যধিক কাৰুকাৰ্যখচিত এই প্ৰস্তৰখোদিত স্থাপত্যটোৰ বিশেষ প্ৰতীকী ব্যঞ্জনা আছে। আধুনিক কালত মন্দিৰটিৰ পুনৰ সংস্কাৰ কৰা হয়। ১৯৮৪ চনত (i), (iii) আৰু (iv) বিভাগত সাংস্কৃতিক সম্পত্তি হিচাবে এই মন্দিৰ ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত হয়৪।
নামৰ উৎপত্তি
কোনাৰ্ক নামটো দুটা সংস্কৃত শব্দৰ সমষ্টি -কোণা (চুক) আৰু আৰ্ক (সূৰ্য)। এই মন্দিৰটো সূৰ্য দেৱতাৰ নামত উৎসৰ্গা কৰা হৈছে।৫ ইউৰোপীয় নাৱিকসকলে এই মন্দিৰটোক ব্লেক পেগ'ডা (Black Pagoda) বুলিছিল। আনহাতে পুৰীৰ জগন্নাথ মন্দিৰক শুভ্ৰ পেগ'ডা (White Pagoda) তেওঁলোকে বুলিছিল।২৬
চিত্ৰভঁৰাল
বাহ্যিক সংযোগ
- Konark Sun Temple in Hi-Def
- Konark photographs, 2011
- Official website of Konark Sun Temple
- Konark Sun Temple India Website
- Konarak Sun Temple on UNESCO World Heritage List - includes 360 degree panographies
- Konark Sun Temple - includes Video of temple & dance festival
- Konark Sun Temple at Sacred Destinations - photos and information
- 360 degree virtual tour of Sun Temple Konarak
- Tourist Attraction Near Konark Sun Temple
- Sun Temple at Konark A Case-Study by students of School of Planning and Architecture, New Delhi
- Architectural Description of Konark Sun-Temple
তথ্যসূত্ৰ
- ↑ Sun Temple, Konârak. World Heritage: Unesco.org
- ↑ Official website. Tourism Department, Government of Orissa
- ↑ Indian History. Tata McGraw-Hill Education. পৃ. 2. ISBN 978-0-07-132923-1
- ↑ Sun Temple, Konârak. Unesco
- ↑ Sun Temple, Konârak. UNESCO
- ↑ Lewis Sydney Steward O'Malley. (1 January 2007). Bengal District Gazetteer: Puri. Concept Publishing Company. পৃ. 283. ISBN 978-81-7268-138-8
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোণাৰ্ক সূৰ্য মন্দিৰ” প্ৰবন্ধৰ সংশোধন ৬৩৬০২৩ (১৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।