অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কামদা একাদশী

কামদা একাদশী হৈছে হিন্দু সকলৰ এক উৎসৱ। চান্দ্ৰ মাহ চৈত্ৰা (মাৰ্চ-এপ্ৰিল) একাদশীত এই উৎসৱ পালন কৰা হয়। নৱবৰ্ষ আৰম্ভৰ পিছত এইটো প্ৰথমটো একাদশী। কামদা নামে সকলো আকাংক্ষা পূৰণ কৰাটো বুজায়।

হালনাগাদ: ১০ মে’ ২০২৫ ৭৬ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

কামদা একাদশী হৈছে হিন্দু সকলৰ এক উৎসৱ। চান্দ্ৰ মাহ চৈত্ৰা (মাৰ্চ-এপ্ৰিল) একাদশীত এই উৎসৱ পালন কৰা হয়। নৱবৰ্ষ আৰম্ভৰ পিছত এইটো প্ৰথমটো একাদশী। কামদা নামে সকলো আকাংক্ষা পূৰণ কৰাটো বুজায়।১

আনুষ্ঠানিকতা

কামদা একাদশীৰ পুৱা স্নান কৰাৰ পিছত ভক্তসকলে উপবাস ৰাখে। কাষৰ মন্দিৰত কৃষ্ণৰ ৰূপত বিষ্ণুকো অৰ্চনা আগবঢ়োৱা হয়।২৩

এই উপবাসৰ ফলস্বৰূপে সকলো মনোকামনাৰ পূৰ্তি হয় বিশ্বাস কৰা হয়। ইয়াৰ ফলত আনকি ব্ৰহ্মহত্যাৰ দৰে পাপো মোচন হোৱাৰ লগতে ভক্তজনৰ লগতে সমগ্ৰ পৰিয়ালটোৱেই অভিশাপৰপৰা মুক্তি পায় বুলি কোৱা হয়।৪৫

তথ্যসূত্ৰ

  1. ↑ Melton 2011, পৃ. 490
  2. ↑ Melton 2011, পৃ. 490
  3. ↑ Dwivedi 2006, পৃ. 148
  4. ↑ Melton 2011, পৃ. 490
  5. ↑ Kamada Ekadasii. ISKCON

সম্পৰ্কিত শ্ৰেণী

হিন্দুধৰ্মৰ উৎসৱসমূহভাৰতৰ উৎসৱসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কামদা একাদশী” প্ৰবন্ধৰ সংশোধন ৫০৭৪০৯ (১০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।