কলা শব্দই তলৰ বিষয়বস্তুসমূহ বুজাব পাৰে:
- কলা (Art) বা শিল্প: মানৱ সৃজনশীলতাৰ ৰূপ।
- কলা (জীৱবিজ্ঞান) (Tissue): এক প্ৰকাৰৰ অথবা একাধিক ধৰনৰ কিছু কোষৰ সমষ্টি।
- কলা (Deaf): শ্ৰৱন বিসংগতি বা বধিৰতা থকা লোক।
- কলা: চন্দ্ৰৰ ষোল্ল ভাগৰ এভাগ।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কলা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)” প্ৰবন্ধৰ সংশোধন ২০৮০৫০ (২৫ অক্টোবৰ ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।