কলাপচন্দ্ৰ (১৬-১৭ শতিকা) শংকৰদেৱৰ এগৰাকী কায়স্থ ভক্ত আছিল। ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত ৪ৰ্থ স্কন্ধ শ্ৰীমদ্ভগৱতগীতাৰ 'সতীৰ চৰিত্ৰ' আৰু 'পৃথুৰ চৰিত্ৰ'ৰ ভাঙনি কৰিছিল।১
তথ্যসূত্ৰ
- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃ: ৪৬
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কলাপচন্দ্ৰ” প্ৰবন্ধৰ সংশোধন ৩৬৫৯৮৯ (১৬ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।