অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কমলা চাৰিঙীয়া ফুকন

কমলা চাৰিঙীয়া ফুকন (১৯ শতিকা) ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়চোৱাত মণিৰাম দেৱানৰ লগত সংযোগ ৰাখিছিল। এই উদ্দেশ্যৰে কন্দৰ্পেশ্বৰ সিংহৰ গোপন মেলতো অংশগ্ৰহন কৰিছিল। ব্ৰিটিছৰ হাতত ধৰা পৰি চৈধ্য বছৰৰ বাবে কলীয়া-পানীলৈ নিৰ্বাসিত হয়।

হালনাগাদ: ২ ফেব্ৰুৱাৰী ২০১৩ ৩৩ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

কমলা চাৰিঙীয়া ফুকন (১৯ শতিকা) ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ ১৮৫৭ৰ সময়চোৱাত মণিৰাম দেৱানৰ লগত সংযোগ ৰাখিছিল। এই উদ্দেশ্যৰে কন্দৰ্পেশ্বৰ সিংহৰ গোপন মেলতো অংশগ্ৰহন কৰিছিল। ব্ৰিটিছৰ হাতত ধৰা পৰি চৈধ্য বছৰৰ বাবে কলীয়া-পানীলৈ নিৰ্বাসিত হয়।১

তথ্যসূত্ৰ

  1. ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃ: ৪৪

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমলা চাৰিঙীয়া ফুকন” প্ৰবন্ধৰ সংশোধন ১১৩৭৬৯ (২ ফেব্ৰুৱাৰী ২০১৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।