অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

এষ্ট্ৰ'ছেট

এষ্ট্ৰ'ছেট (ইংৰাজী: Astrosat) হৈছে জ্যোতিৰ্বিজ্ঞান গৱেষণাৰ বাবে নিৰ্মিত ভাৰতৰ প্ৰথমটো উপগ্ৰহ আৰু ২৮ ছেপ্টেম্বৰ তাৰিখে পি.এছ.এল.ভি. উৎক্ষেপন বাহনৰ সহায়েৰে ইযাক সফলতাৰে কক্ষপথত স্থাপন কৰা হয়।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ১১২ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

এষ্ট্ৰ'ছেট (ইংৰাজী ভাষা: Astrosat) হৈছে জ্যোতিৰ্বিজ্ঞান গৱেষণাৰ বাবে নিৰ্মিত ভাৰতৰ প্ৰথমটো উপগ্ৰহ আৰু ২৮ ছেপ্টেম্বৰ তাৰিখে পি.এছ.এল.ভি. উৎক্ষেপন বাহনৰ সহায়েৰে ইযাক সফলতাৰে কক্ষপথত স্থাপন কৰা হয়।১২ ১৯৯৬ চনত উপগ্ৰহ যোগে বহন কৰা ভাৰতীয় এক্স ৰে' পৰীক্ষণ (IXAE)ৰ সফলতাৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৱে পৰৱৰ্ত্তী পদক্ষেপ হিচাপে ২০০৪ চনত এষ্ট্ৰ'ছেটৰ বিকাশৰ অনুমোদন জনায়।৩

অংশগ্ৰহণকাৰী সন্থা সমূহ

এষ্ট্ৰ'ছেট প্ৰকল্পটো বহুতো গৱেষণা সন্থাৰ এক যৌথ প্ৰচেষ্টাৰ ফল। সেই সমূহ হৈছে -

  • ভাৰতীয় মহাকাশ গৱেষণা সন্থা (ইছৰো)
  • টাটা মূলভূত গৱেষণা প্ৰতিষ্ঠান, মুম্বাই
  • ভাৰতীয় তৰাভৌতোকী প্ৰতিষ্ঠান, বেংগালুৰু
  • ৰমন গৱেষণা প্ৰতিষ্ঠান, বেংগালুৰু
  • আন্তঃ বিশ্ববিদ্যালয় জ্যোতিৰ্বিজ্ঞান আৰু তৰাভৌতোকী কেন্দ্ৰ, পুনে
  • ভাভা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ, মুম্বাই
  • এছ.এন. বচু ৰাষ্ট্ৰীয় মৌলিক বিজ্ঞান কেন্দ্ৰ, কলিকতা
  • কানাডীয় মহাকাশ অভিকৰণ
  • লেইচেষ্টাৰ বিশ্ববিদ্যালয়৪

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ India’s eye on universe ready for tests
  2. ↑ (2012-04-20). ASTROSAT: A Satellite Mission for Multi-wavelength Astronomy. IUCAA
  3. ↑ (2012-07-18). India set to launch Astrosat next year. দ্য হিন্দু
  4. ↑ India Works With University Of Leicester On First National Astronomy Satellite. Indodaily.com

সম্পৰ্কিত শ্ৰেণী

কৃত্ৰিম উপগ্ৰহভাৰতীয় মহাকাশ গৱেষণা সংস্থা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এষ্ট্ৰ'ছেট” প্ৰবন্ধৰ সংশোধন ৬৩৯৫১৩ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।