অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

কৃত্ৰিম উপগ্ৰহ

কৃত্ৰিম উপগ্ৰহ (satellite) হৈছে মহাকাশলৈ বৈজ্ঞানিক পদ্ধতিৰে উৎক্ষেপণ কৰা উপগ্ৰহ। বিভিন্ন বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা আৰু বৈজ্ঞানিক সা-সুবিধা লাভৰ বাবে ইয়াক উৎক্ষেপণ কৰা হয়। মহাকাশলৈ প্ৰথমে কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰিছিল ছোভিয়েট ইউনিয়নে।

হালনাগাদ: ৬ জুন ২০২৫ ১৪২ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

কৃত্ৰিম উপগ্ৰহ (satellite) হৈছে মহাকাশলৈ বৈজ্ঞানিক পদ্ধতিৰে উৎক্ষেপণ কৰা উপগ্ৰহ। বিভিন্ন বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা আৰু বৈজ্ঞানিক সা-সুবিধা লাভৰ বাবে ইয়াক উৎক্ষেপণ কৰা হয়। মহাকাশলৈ প্ৰথমে কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰিছিল ছোভিয়েট ইউনিয়নে। ১৯৫৭ চনৰ ৪ অক্টোবৰত উৎক্ষেপণ কৰা স্পুটনিক-১ নামৰ উপগ্ৰহটোৱেই প্ৰথমটো কৃত্ৰিম উপগ্ৰহ।

দেশভিত্তিক প্ৰথম উৎক্ষেপণ সমূহ

+ দেশভিত্তিক প্ৰথম উৎক্ষেপিত কৃত্ৰিম উপগ্ৰহ
ক্ৰমদেশবছৰৰকেটৰ নামকৃত্ৰিম উপগ্ৰহৰ নাম
1১৯৫৭স্পুটনিক-পিএচ (ৰকেট)স্পুটনিক-১
2১৯৫৮জুনো-১এক্সপ্লোৰাৰ-১
3১৯৬৫ডায়ামাণ্টএষ্টাৰিস্ক
4১৯৭০ল্যাম্বডা-৪এচ (ৰকেট)ওচুমি
5১৯৭০লং মাৰ্চ-১ডং ফ্যাং হং-১
6১৯৭১ব্ল্যাক এযাৰোপ্ৰোচপেৰো এক্স-৩
7১৯৮০চেটেলাইট লাঞ্চ ভিহাইকেল (এচএলভি)ৰোহিণী
8১৯৮৮চ্যভিতওফেক-১
_১৯৯২সোয়ুজ-ইউক'চ'ম'চ 2175
9১৯৯২চাইক্লোন-৩ষ্ট্ৰেলা
10২০০৯ছাফিৰ-২অ'মিড
An animation depicting the orbits of GPS satellites in medium Earth orbit.
An animation depicting the orbits of GPS satellites in medium Earth orbit.ছবি: El pak at English Wikipedia · Public domain
A full-size model of the Earth observation satellite ERS 2
A full-size model of the Earth observation satellite ERS 2ছবি: Poppy · CC BY-SA 3.0

ভাৰতৰ কৃত্ৰিম উপগ্ৰহ

ভাৰতৰ কৃত্ৰিম উপগ্ৰহসমূহ প্ৰধানকৈ তিনি প্ৰকাৰৰ:

  1. বৈজ্ঞানিক অনুসন্ধানমূলক
  2. ভাৰতীয় জাতীয় কৃত্ৰিম উপগ্ৰহ (INSAT)
  3. দূৰসংবেদী উপগ্ৰহ (IRS)১

ভাৰতৰ কৃত্ৰিম উপগ্ৰহসমূহ

ক্ৰমউপগ্ৰহৰ নামপ্ৰক্ষেপণ যানতাৰিখকাৰ্য বা উপগ্ৰহৰ শ্ৰেণীফলাফলISROৰ লিংক
১আৰ্য্যভট্টUSSR১৯-৪-৭৬বৈজ্ঞানিকসফল
২ভাস্কৰ-১USSR৭-৬-৭৯পৃথিৱী পৰ্যবেক্ষণসফল
৩ৰোহিণীSLV-3১০-৮-৭৯পৃথিৱী পৰ্যবেক্ষণব্যৰ্থ
৪ৰোহিণীSLV-3১৮-৭-৮০পৃথিৱী পৰ্যবেক্ষণসফল
৫ৰোহিণীSLV-3৩১-৫-৮১বৈজ্ঞানিক অধ্যয়নসফল
৬এপল্Ariane১৯-৬-৮১যোগাযোগসফল
৭ভাস্কৰ-২USSR২০-১১-৮১পৃথিৱী পৰ্যবেক্ষণসফল
৮INSAT-1ABLTA১০-৪-৮২বহুমুখীব্যৰ্থ
৯ৰোহিণীSLV-3১৭-৪-৮৩বৈজ্ঞানিকসফল
১০INSAT-1BSpace shuttle৩০-৮-৮৩বহুমুখীসফল
১১SROSS-IASLV২৪-৩-৮৭প্ৰযুক্তিমূলকব্যৰ্থ
১২IRS-1AUSSR১৭-৩-৮৮দূৰসংবেদীসফল
১৩SROSS-IIASLV১৩-৭-৮৮প্ৰযুক্তিমূলকব্যৰ্থ
১৪INSAT-1CAriane২১-৭-৮৮বহুমুখীব্যৰ্থ
১৫INSAT-1DDELTA১২-৬-৯০বহুমুখীসফল
১৬IRS-1BUSSR২৯-৮-৯১দূৰসংবেদীসফল
১৭INSAT-2DTAriane-44L H10২৬-২-৯২সফল
১৮SROSS-CASLV২০-৫-৯২বৈজ্ঞানিকসফল
১৯INSAT-2ADELTA১০-৭-৯২বহুমুখীসফল
২০INSAT-2BAriane২৩-৭-৯৩বহুমুখীসফল
২১IRS-1EPSLV-D1২০-৯-৯৩দূৰসংবেদীব্যৰ্থ
২২SROSS-C2ASLV৪-৫-৯৪বৈজ্ঞানিকসফল
২৩IRS-P2PSLV-D2১৫-১০-৯৪দূৰসংযোগসফল
২৪INSAT-2CAriane-44L H10-3০৭-১২-১৯৯৫বহুমুখীসফল
২৫IRS-1CUSSR২৮-১২-৯৫দূৰসংবেদীসফল
২৬IRS-P3PSLV-D3২১-৩-৯৬দূৰসংবেদীসফল
২৭INSAT-2DAriane৪-৬-৯৭দূৰসংযোগসফল
২৮IRS-1DPSLV২৯-৯-৯৭দূৰসংবেদীসফল
২৯INSAT-2EAriane৩-৪-৯৯বহুমুখীসফল
৩০IRS-P4PSLV-C2২৬-৫-৯৯সাগৰীয় অধ্যয়নসফল
৩১INSAT-3BAriane-5২২-৩-২০০০বহুমুখীসফল
৩২GSAT-1GSLV-D1১৮-৪-২০০১সফল
৩৩TESPSLV-C3২২-১০-২০০১সফল
৩৪INSAT-3CAriane-42L H10-3২৪-১-২০০২সফল
৩৫Kalpana-1 (METSAT)PSLV-C4১২-৯-২০০২সফল
৩৬INSAT-3AAriane-5G১০-৪-২০০৩সফল
৩৭GSAT-2GSLV-D2০৮-৫-২০০৩সফল
৩৮INSAT-3EAriane-5G২৮-৯-২০০৩সফল
৩৯RESOURCESAT-1 (IRS-P6)PSLV-C5১৭-১০-২০০৩সফল
৪০EDUSATGSLV-F01২০-১০-২০০৪সফল
৪১HAMSATPSLV-C6০৫-৫-২০০৫সফল
৪২CARTOSAT-1PSLV-C6০৫-৫-২০০৫সফল
৪৩INSAT-4AAriane-5GS২২-১২-২০০৫সফল
৪৪INSAT-4CGSLV-F02১০-৭-২০০৬ব্যৰ্থ
৪৫CARTOSAT-2PSLV-C7১০-১-২০০৭সফল
৪৬(SRE-1)PSLV-C7১০-১-২০০৭সফল
৪৭INSAT-4BAriane-5ECA১২-৩-২০০৭সফল
৪৮INSAT-4CRGSLV-F04২-৯-২০০৭সফল
৪৯CARTOSAT-2APSLV-C9২৮-৪-২০০৮সফল
৫০IMS-1PSLV-C9২৮-৪-২০০৮সফল
৫১Chandrayaan-1PSLV-C11২২-১০-২০০৮সফল
৫২RISAT-2PSLV-C12২০-৪-২০০৯সফল
৫৩ANUSATPSLV-C12২০-৪-২০০৯সফল
৫৪Oceansat-2 (IRS-P4)PSLV-C14২৩-৯-২০০৯সফল
৫৫GSAT-4GSLV-D3১৫-৪-২০১০ব্যৰ্থ
৫৬CARTOSAT-2BPSLV-C15১২-৭-২০১০সফল
৫৭GSAT-5P / INSAT-4DGSLV-F06২৫-১২-২০১০ব্যৰ্থ
৫৮RESOURCESAT-2PSLV-C16২০-৪-২০১১সফল
৫৯GSAT-8 / INSAT-4GAriane-5 VA-202২১-৫-২০১১সফল
৬০GSAT-12PSLV-C17১৫-৭-২০১১সফল
৬১Megha-TropiquesPSLV-C18১২-১০-২০১১সফল
৬২RISAT-1PSLV-C19২৬-৪-২০১২সফল
৬৩GSAT-10Ariane-5 VA-209২৯-৯-২০১২সফল

২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ “ভাৰতৰ মহাকাশ কাৰ্যসূচী আৰু আৰ্থসামাজিক উন্নতি”, যাদৱ শৰ্মা, বিজ্ঞান জেউতি, ৩৫/৩, অক্টোৱৰ-নৱেম্বৰ, ২০০০
  2. ↑ “ভাৰতৰ মহাকাশ কাৰ্যসূচী আৰু আৰ্থসামাজিক উন্নতি”, যাদৱ শৰ্মা, বিজ্ঞান জেউতি, ৩৫/৩, অক্টোৱৰ-নৱেম্বৰ, ২০০০

সম্পৰ্কিত শ্ৰেণী

কৃত্ৰিম উপগ্ৰহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৃত্ৰিম উপগ্ৰহ” প্ৰবন্ধৰ সংশোধন ৫১৫৪৮১ (৬ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।