অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

আৰ্যভট্ট (কৃত্ৰিম উপগ্ৰহ)

আৰ্যভট্ট (হিন্দী: आर्यभट) ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ। ভাৰতৰ বিখ্যাত জ্যোতিৰ্বিদ আৰ্যভট্টৰ নামেৰে এই উপগ্ৰহটোৰ নামকৰণ কৰা হৈছিল।

হালনাগাদ: ১ মাৰ্চ ২০২৪ ৪৪ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

আৰ্যভট্ট (হিন্দী ভাষা: आर्यभट) ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ।১ ভাৰতৰ বিখ্যাত জ্যোতিৰ্বিদ আৰ্যভট্টৰ নামেৰে এই উপগ্ৰহটোৰ নামকৰণ কৰা হৈছিল।২

উৎক্ষেপণ

১৯৭৫ চনৰ ১৯ এপ্ৰিলত কাপুষ্টিন য়াৰৰ পৰা কছমছ-৩ এম উৎক্ষেপণ যানখনৰ সহায়ত ভাৰতে আৰ্যভট্ট উপগ্ৰহ উৎক্ষেপণ কৰিছিল। আৰ্যভট্ট উপগ্ৰহ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল।

তথ্যসূত্ৰ

  1. ↑ "Aryabhata" in The New Encyclopædia Britannica. Chicago: Encyclopædia Britannica Inc., 15th edn., 1992, Vol. 1, p. 611
  2. ↑ Aryabhata - The first indigenously built satellite

সম্পৰ্কিত শ্ৰেণী

কৃত্ৰিম উপগ্ৰহভাৰতীয় মহাকাশ গৱেষণা সংস্থা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰ্যভট্ট (কৃত্ৰিম উপগ্ৰহ)” প্ৰবন্ধৰ সংশোধন ৪০৮৯৪৭ (১ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।