অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

এছিয়ান আমেৰিকান মহাকাশচাৰীসকলৰ তালিকা

{| ! ক্ৰমিক নং !! ফটো !! নাম জন্ম তাৰিখ !! বংশাৱলীৰ দেশ !! জন্মৰ দেশ !! মন্তব্য !! অভিযানসমূহ |- | ১ || || এলিছন অ'নিযুকা জুন ২৪, ১৯৪৬ || || || মহাকাশত প্ৰথম জাপানীজ আমেৰিকান। স্পেছ চাটল্ চেলেঞ্জাৰ দুৰ্ঘটনাত মৃত্যু।

হালনাগাদ: ১৯ জানুৱাৰী ২০১৯ ০ শব্দ · ১ মিনিট সংগৃহীত ৫২
সংশোধনৰ পৰামৰ্শ
ক্ৰমিক নংফটোনাম জন্ম তাৰিখবংশাৱলীৰ দেশজন্মৰ দেশমন্তব্যঅভিযানসমূহ
১এলিছন অ'নিযুকা জুন ২৪, ১৯৪৬মহাকাশত প্ৰথম জাপানীজ আমেৰিকান। স্পেছ চাটল্ চেলেঞ্জাৰ দুৰ্ঘটনাত মৃত্যু।STS-51-C (জানুৱাৰী ২৪, ১৯৮৫) STS-51-L (জানুৱাৰী ২৮, ১৯৮৬)
২Taylor Wang - full.jpgটেইলৰ গুন-জিং ৱাং জুন ১৬, ১৯৪০মহাকাশত প্ৰথম চাইনীজ আমেৰিকান মহাকাশচাৰী।STS-51-B (এপ্ৰিল ২৯, ১৯৮৫)
৩Changdiaz.jpgফ্ৰেংকলিন চাং-ডিয়াজ এপ্ৰিল ৫, ১৯৫০STS-61-C (জানুৱাৰী ১২, ১৯৮৬) STS-34 (অক্টোবৰ ১৮, ১৯৮৯) STS-46 (জুলাই ৩১, ১৯৯২) STS-60 (ফেব্ৰুৱাৰী ৩, ১৯৯৪) STS-75 (ফেব্ৰুৱাৰী ২২, ১৯৯৬) STS-91 (জুন ২, ১৯৯৮) STS-111 (জুন ৫, ২০০২)
৪DR- EUGENE TRINH.jpgইউজিন ট্ৰিনাহ ছেপ্তেম্বৰ ১৪, ১৯৫০মহাকাশত প্ৰথম ভিয়েটনামীজ আমেৰিকান মহাকাশচাৰী।STS-50 (জুন ২৫, ১৯৯২)
৫Leroy Chiao Astronaut.jpgলেৰয় চিয়াও আগষ্ট ২৮, ১৯৬০ISS অভিযান ১০ত কাম কৰিছিল।STS-65 (জুলাই ৮, ১৯৯৪) STS-72 (জানুৱাৰী ১১, ১৯৯৬) STS-92 (অক্টোবৰ ১১, ২০০০) Soyuz TMA-5 (অক্টোবৰ ১৪, ২০০৪)
৬Edward Tsang Lu.jpgএড্ লু জুলাই ১, ১৯৬৩ISS অভিযান ৭ত কাম কৰিছিল।STS-84 (মে ১৫, ১৯৯৭) STS-106 (ছেপ্তেম্বৰ ৮, ২০০০) Soyuz TMA-2 (এপ্ৰিল ৬, ২০০৩)
৭Kalpana Chawla, NASA photo portrait in orange suit.jpgকল্পনা চাওলা মাৰ্চ ১৭, ১৯৬২মহাকাশত প্ৰথম ভাৰতীয় আমেৰিকান মহাকাশচাৰী। স্পেছ চাটল্ ক'লম্বিয়া দুৰ্ঘটনাত মৃত্যু।STS-87 (নৱেম্বৰ ১৯, ১৯৯৭) STS-107 (জানুৱাৰী ১৬, ২০০৩)
৮Mark Polansky.jpgমাৰ্ক এল. পোলানস্কি জুন ২, ১৯৫৬মহাকাশত প্ৰথম কোৰিয়ান আমেৰিকান মহাকাশচাৰী।STS-98 (ফেব্ৰুৱাৰী ৭, ২০০১) STS-116 (ডিচেম্বৰ ৯, ২০০৬) STS-127 (জুলাই ১৫, ২০০৯)
৯Daniel Tani.jpgডেনিয়েল এম. টানি ফেব্ৰুৱাৰী ১, ১৯৬১ISS অভিযান ১৬ত কাম কৰিছিল।STS-108 (ডিচেম্বৰ ৫,২০০১) STS-120 (অক্টোবৰ ২৩, ২০০৭) STS-122 (ফেব্ৰুৱাৰী ৭, ২০০৮)
১০সুনীতা পাণ্ড্যা উইলিয়ামছ ছেপ্তেম্বৰ ১৯, ১৯৬৫ISS অভিযান ১৪/১৫ আৰু অভিযান ৩২/৩৩ত কাম কৰিছিল। ISSৰ দ্বিতীয় মহিলা কমাণ্ডাৰ।STS-116/117 (ডিচেম্বৰ ৯, ২০০৬)
১১জেল এল. লিণ্ডগ্ৰেন জানুৱাৰী ২৩, ১৯৭৩২০০৯ চনত নাছা মহাকাশ গোট ২০লৈ নিৰ্বাচিত। ২০১৫ চনৰ জুন মাহত Soyuz TMA-17Mৰ সৈতে অভিযান ৪৪ৰ অংশ হিচাপে ISSলৈ তেঁওক লঞ্চ কৰা হৈছিল।

সম্পৰ্কিত শ্ৰেণী

মহাকাশচাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এছিয়ান আমেৰিকান মহাকাশচাৰীসকলৰ তালিকা” প্ৰবন্ধৰ সংশোধন ১৮৮৫৮২ (১৯ জানুৱাৰী ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।