অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ঊষা থোৰাট

ঊষা থোৰাট (Usha Thorat; জন্ম ২০ ফেব্ৰুৱাৰী ১৯৫০)-এ ২০০৫ চনৰ ১০ নৱেম্বৰৰ পৰা ২০১০ চনৰ ৮ নৱেম্বৰলৈকে ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰবিআই) (ভাৰতৰ কেন্দ্ৰীয় বেংক)ৰ উপ-গৱৰ্ণৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ আৰবিআইৰ কাৰ্যবাহী সঞ্চালক আছিল।

হালনাগাদ: ২ মাৰ্চ ২০২৫ ৮৮ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ঊষা থোৰাট (Usha Thorat; জন্ম ২০ ফেব্ৰুৱাৰী ১৯৫০)-এ ২০০৫ চনৰ ১০ নৱেম্বৰৰ পৰা ২০১০ চনৰ ৮ নৱেম্বৰলৈকে ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰবিআই) (ভাৰতৰ কেন্দ্ৰীয় বেংক)ৰ উপ-গৱৰ্ণৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১ ইয়াৰ পূৰ্বে তেওঁ আৰবিআইৰ কাৰ্যবাহী সঞ্চালক আছিল।২৩

প্ৰাৰম্ভিক জীৱন

থোৰাট নতুন দিল্লীৰ লেডী শ্ৰী ৰাম কলেজ ফৰ উইমেন আৰু দিল্লী স্কুল অৱ ইকনমিক্সৰ প্ৰাক্তন ছাত্ৰী।৪

কেৰিয়াৰ

উষা থোৰাট বেংক অৱ বৰোদা, ইণ্ডিয়ান অভাৰচিজ বেংক আৰু ছিকিউৰিটিজ ট্ৰেডিং কৰ্পৰেশ্যন অৱ ইণ্ডিয়াৰ ব’ৰ্ডত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মনোনীত ব্যক্তি‍ হৈ আহিছে।৪

তেওঁ ২০০৪ চনৰ এপ্ৰিল মাহৰ পৰা আৰ বি আইৰ কাৰ্যবাহী সঞ্চালিকা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। উপ-গৱৰ্ণৰ হিচাপে তেওঁ মুদ্ৰা ব্যৱস্থাপনা বিভাগ, জমা বীমা আৰু ঋণ নিশ্চয়তা নিগম, পৰিদৰ্শন বিভাগ, চৌহদ বিভাগ, গ্ৰাম্য পৰিকল্পনা আৰু ঋণ বিভাগ আৰু নগৰ বেংক বিভাগৰ দায়িত্বত আছিল।৫

বিত্তীয় অন্তৰ্ভুক্তিৰ প্ৰসাৰৰ দিশত ভাৰতীয় কেন্দ্ৰীয় বেংকৰ প্ৰচেষ্টাত তেওঁ অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।৬৭

তথ্যসূত্ৰ

  1. ↑ Roy, Anup. (2019-08-09). RBI's Usha Thorat panel for easier foreign play in currency market. Business Standard India
  2. ↑ (26 June 2009). RBI to maintain ample liquidity: Thorat. The Hindu
  3. ↑ Saha, Anup Roy & Manojit. (2021-04-20). 'Father of banking reforms': Ex-RBI governor M Narasimham passes away at 94. Business Standard India
  4. ↑ The Indian Express, 2 May 1998.. Thehindubusinessline.com
  5. ↑ Why did the govt take six months to pick an RBI deputy governor? - Livemint. Livemint.com
  6. ↑ Financial literacy essential for getting financial inclusion: Usha thorat. Financial Express
  7. ↑ (12 August 2010). Frills in the framework of banking-correspondent model. The Times Of India

সম্পৰ্কিত শ্ৰেণী

বিংশ শতিকাৰ ভাৰতীয় বিজ্ঞানীভাৰতীয় বেংকাৰবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঊষা থোৰাট” প্ৰবন্ধৰ সংশোধন ৪৮৫২২১ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।