অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

উদ্ধব বৰ্মন

উদ্ধব বৰ্মন (Uddhab Barman) এজন ভাৰতীয় কমিউনিষ্ট ৰাজনীতিবিদ।তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ প্ৰাক্তন অসম ৰাজ্যিক সমিতিৰ সম্পাদক আছিল।তেওঁ সৰভোগ বিধান সভা সমষ্টিৰ পৰা অসম বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়।তেওঁ বৰপেটা লোকসভা সমষ্টিৰ পৰা দুবাৰকৈ লোকসভালৈ ক্ৰমে ১৯৯১ আৰু ১৯৯৬ চনত…

হালনাগাদ: ২৭ জুলাই ২০২৫ ৫৫ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

উদ্ধব বৰ্মন (Uddhab Barman) এজন ভাৰতীয় কমিউনিষ্ট ৰাজনীতিবিদ।১তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ প্ৰাক্তন অসম ৰাজ্যিক সমিতিৰ সম্পাদক আছিল।২তেওঁ সৰভোগ বিধান সভা সমষ্টিৰ পৰা অসম বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়।৩তেওঁ বৰপেটা লোকসভা সমষ্টিৰ পৰা দুবাৰকৈ লোকসভালৈ ক্ৰমে ১৯৯১ আৰু ১৯৯৬ চনত নিৰ্বাচিত হৈছিল।৪তেওঁ চিপিআই(এম)ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য আছিল। ৫৬তেওঁ মাধুৰী দেৱীৰ সৈতে বিবাহ বাহত আবদ্ধ হৈছে।৭

তথ্যসূত্ৰ

  1. ↑ Uddhab Barman(Communist Party of India (Marxist)(CPI(M))):Constituency- BARPETA(ASSAM) - Affidavit Information of Candidate. myneta.info
  2. ↑ www.ganashakti.com/old/2005/050214/nation1.htm
  3. ↑ Archived copy
  4. ↑ Rediff On The NeT: Polling Booth: Election' 96: Assam/Barpeta
  5. ↑ new cc
  6. ↑ (2009-03-18). Leadership. Communist Party of India (Marxist)
  7. ↑ Archived copy

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উদ্ধব বৰ্মন” প্ৰবন্ধৰ সংশোধন ৫২৮০৯২ (২৭ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।