অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আৰেকটি প্ৰেমেৰ গল্প

আৰেকটি প্ৰেমেৰ গল্প ( Just Another Love Story ) ২০১০ চনৰ বাংলা চলচ্চিত্ৰ নিৰ্মাতা কৌশিক গাংগুলীৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এখন ভাৰতীয় নাট্যধৰ্মী চলচ্চিত্ৰ। ইয়াত অভিনয় কৰিছে ঋতুপৰ্ণ ঘোষ আৰু ইন্দ্ৰনীল সেনগুপ্তই।, ঘোষে ইয়াত এজন ট্ৰাঞ্চজেণ্ডাৰ চলচ্চিত্ৰ নিৰ্মাতাৰ চৰিত্ৰত অভিনয় কৰিছে।

হালনাগাদ: ১ মে’ ২০২৬ ১১৮ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

আৰেকটি প্ৰেমেৰ গল্প ( Just Another Love Story ) ২০১০ চনৰ বাংলা চলচ্চিত্ৰ নিৰ্মাতা কৌশিক গাংগুলীৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এখন ভাৰতীয় নাট্যধৰ্মী চলচ্চিত্ৰ। ইয়াত অভিনয় কৰিছে ঋতুপৰ্ণ ঘোষ আৰু ইন্দ্ৰনীল সেনগুপ্তই।, ঘোষে ইয়াত এজন ট্ৰাঞ্চজেণ্ডাৰ চলচ্চিত্ৰ নিৰ্মাতাৰ চৰিত্ৰত অভিনয় কৰিছে। ২০০৯ চনৰ জুলাই মাহত দিল্লী উচ্চ ন্যায়ালয়ে ভাৰতীয় দণ্ডবিধিৰ সমকামী যৌনতা সংক্ৰান্তিয় ৩৭৭ নং ধাৰাৰ কিছু অংশ অসাংবিধানিক বুলি বাতিল কৰাৰ পিছত এইখনেই হৈছে সমলৈংগিক যৌন সম্বন্ধৰ ওপৰত প্ৰথমখন ছবি।১২ ২০১০ চনত ৬০তম বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত এই ছবিখনৰ প্ৰিমিয়াৰ হৈছিল।

বঁটা

আৰেকটা প্ৰেমেৰ গল্পই উৎকৃষ্ট চলচ্চিত্ৰৰ আই ভিউ ২০১০ এনজেণ্ডাৰড্ বঁটা লাভ কৰে।৩

ইয়াৰ উপৰিও গোৱাত অনুষ্ঠিত ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০১০; বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱ, ২০১০; এন.ৱাই. চলচ্চিত্ৰ মহোৎসৱ, ২০১০ত শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Aar Ekti Premer Golpo (2010) Bengali Film. Calcuttatube.com
  2. ↑ (2 July 2009). Delhi high court decriminalizes homosexuality. www.livemint.com
  3. ↑ Filmicafe.com. ‘Just Another Love Story’ wins best film award at I-View film festival 2010 in NY

সম্পৰ্কিত শ্ৰেণী

বঙালী চলচ্চিত্ৰ২০১০ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰেকটি প্ৰেমেৰ গল্প” প্ৰবন্ধৰ সংশোধন ৬০৩৭২৪ (১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।