অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

উলামা

উলামা (ইংৰাজী: Ulama) বা ডেভিল বাৰ্ড (Devil Bird, শয়তান চৰাই) শ্ৰীলংকাৰ লোককথাত বৰ্ণনা কৰা এবিধ কিংবদন্তিমূলক চৰাই৷ এই জীৱটোৱে ৰাতি অৰণ্যৰ পৰা অতি ভয়ানক মানুহৰ দৰে চিঞৰ-বাখৰ কৰে বুলি কোৱা হয়। এই চৰাইটোৰ চিঞৰ-বাখৰ মৃত্যুৰ আগজাননী বুলি শংকা কৰা হয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১০৫ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

উলামা (ইংৰাজী: Ulama) বা ডেভিল বাৰ্ড (Devil Bird, শয়তান চৰাই) শ্ৰীলংকাৰ লোককথাত বৰ্ণনা কৰা এবিধ কিংবদন্তিমূলক চৰাই৷ এই জীৱটোৱে ৰাতি অৰণ্যৰ পৰা অতি ভয়ানক মানুহৰ দৰে চিঞৰ-বাখৰ কৰে বুলি কোৱা হয়।১২৩৪ এই চৰাইটোৰ চিঞৰ-বাখৰ মৃত্যুৰ আগজাননী বুলি শংকা কৰা হয়।৫৬ ২০০১ চনৰ এক তথ্য অনুসৰি এই চৰাইটোক সঠিক পৰিচয় এতিয়াও লাভ কৰিব পৰা হোৱা নাই যদিও এই চৰাইটোৰ বিৱৰণ এবিধ ফেঁচাৰ (Spot-bellied eagle-owl) সৈতে বহু পৰিমাণে মিল দেখা যায়। ইয়াৰ অন্য সম্ভাৱ্য পৰিচয়সমূহ হ’ল ক্ৰাছচেড হনী-বাজাৰ্ড (crested honey-buzzard), আৰু অন্য কিছুমান ঈগলজাতীয় চৰাই।৭ যিহেতু চৰাইটোক সাধাৰণতে দেখা নাযায় আৰু ইয়াৰ চিঞৰৰ বিৱৰণো অস্পষ্ট, সেয়েহে উলামাক অন্য এবিধ ফেঁচা (Ceylon highland nightjar) বুলিও সন্দেহ কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ Tennent, James Emerson. (1861). Sketches of the natural history of Ceylon with narratives and anecdotes. Longman, Green. পৃ. 247–248
  2. ↑ (19 May 1907). Devil Bird of Ceylon. The Sunday Times. পৃ. 3 (The Sunday Times Magazine Section)
  3. ↑ (11 April 1907). Devil Bird of Ceylon. Taranaki Herald. পৃ. 2
  4. ↑ Veerasingam, Philip G; Kappagoda, Tissa. (2010). The cry of the "devil-bird": incidents in the life of a surgeon, working in Ceylon/Sri Lanka, from 1965 to 2000 / Philip G. Veerasingam; edited by Tissa Kappagoda. Bay Owl Press. ISBN 9789551723132
  5. ↑ (August 1887). Nature. The Folk-Lore of Ceylon Birds. Nature Research. পৃ. 381–382
  6. ↑ (15 September 1906). Ceylon's Devil Bird. Geelong Advertiser. পৃ. 8
  7. ↑ Rameez, Ria. (9 June 2016). Seven Mythical Creatures That Supposedly Haunt Sri Lanka. Roar Media

সম্পৰ্কিত শ্ৰেণী

কিংবদন্তিমূলক জীৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উলামা” প্ৰবন্ধৰ সংশোধন ৬৩১৩৬৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।