অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

আনফু হেম

আনফু হেম হৈছে চীনৰ জিয়াংক্সি প্ৰদেশৰ আনফু চহৰত উৎপত্তি হোৱা একপ্ৰকাৰৰ নিমখ দি শুকুৱাই সংৰক্ষিত কৰা হেম (গাহৰিৰ পিছফালৰ মঙহ)। ইয়াৰ ৰং হালধীয়া আভাযুক্ত ৰঙা হয়। এই হেমৰ চালখন পাতল, কিন্তু ইয়াৰ মঙহখিনি ডাঠ। মঙহখিনিত নিমখ দি আৰু ধোঁৱাত শুকুৱাই ইয়াৰ বিশেষ সোৱাদ তৈয়াৰ কৰা হয়।

হালনাগাদ: ২২ ছেপ্তেম্বৰ ২০২৬ ৯৭ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ
ৰন্ধা বা প্ৰস্তুত কৰা আনফু হেম
ৰন্ধা বা প্ৰস্তুত কৰা আনফু হেমছবি: WhisperToMe · CC0

আনফু হেম হৈছে চীনৰ জিয়াংক্সি প্ৰদেশৰ আনফু চহৰত উৎপত্তি হোৱা একপ্ৰকাৰৰ নিমখ দি শুকুৱাই সংৰক্ষিত কৰা হেম (গাহৰিৰ পিছফালৰ মাংস)। ইয়াৰ ৰং হালধীয়া আভাযুক্ত ৰঙা হয়। এই হেমৰ চালখন পাতল, কিন্তু ইয়াৰ মঙহখিনি ডাঠ।১ মঙহখিনিত নিমখ দি আৰু ধোঁৱাত শুকুৱাই ইয়াৰ বিশেষ সোৱাদ তৈয়াৰ কৰা হয়। ইয়াক এনেকৈয়ো খাব পাৰি বা অন্য ব্যঞ্জনৰ সোৱাদ বঢ়াবলৈ ব্যৱহাৰ কৰিব পাৰি। ইয়াক আনফু চহৰৰ লগতে আন আন স্থানতো প্ৰস্তুত কৰা হয়।১

১৯১৫ চনত অনুষ্ঠিত হোৱা পানামা–পেচিফিক আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীত আনফু হেম প্ৰদৰ্শন কৰা হৈছিল।২ চীনৰ সংস্কৃতি মন্ত্ৰ্যালয় আৰু চাইনা ডেইলীৰ এক যুটীয়া প্ৰকল্প 'Chinaculture.org'-এ ইয়াৰ আকৃতিটো "উইলো গছৰ পাতৰ দৰে" বুলি বৰ্ণনা কৰিছে।২ আনফু হেম কেইবাবছৰ পৰ্যন্ত নষ্ট নোহোৱাকৈ খাব পৰা অৱস্থাত থাকে।১

তথ্যসূত্ৰ

  1. ↑ "江西:名优特产安福金品火腿 ." Chinese International Agricultural Trade Fair (中国国际农产品交易会). 2010-10-20. Retrieved on September 13, 2014
  2. ↑ "Chinese Ham You Never Know Before ." Chinaculture.org, গণপ্ৰজাতন্ত্ৰী চীনৰ সংস্কৃতি মন্ত্ৰ্যালয়/চাইনা ডেইলী। Retrieved on September 14, 2014

সম্পৰ্কিত শ্ৰেণী

চীনা ৰন্ধনপ্ৰণালীখাদ্যগাহৰিৰ মাংসৰ ব্যঞ্জন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আনফু হেম” প্ৰবন্ধৰ সংশোধন ৬৩৬৬৪৯ (২২ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।