আধুনিক অসমীয়া সাহিত্যৰ ইতিহাস (২੦২৩, ইংৰাজী: Adhunik Asamiya Sahityar Itihas) হ’ল ১৮৪৬ চনৰপৰা গ্ৰন্থখন প্ৰকাশৰ সময়লৈকে আধুনিক অসমীয়া সাহিত্যৰ বিস্তৃত ইতিহাস সম্বলিত এখন গ্ৰন্থ৷ গ্ৰন্থখনৰ লেখক হ’ল সমালোচক আৰু অনুবাদক আনন্দ বৰমুদৈ৷১
বিৱৰণ
গ্ৰন্থখনত মুঠ পাঁচটা অধ্যায় আছে৷ অধ্যায়কেইটা হ’ল: কবিতা, চুটি গল্প, উপন্যাস, নাটক আৰু সমালোচনা৷১
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আধুনিক অসমীয়া সাহিত্যৰ ইতিহাস (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৫২৭৫৩৪ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।