অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ভাৰতীয় দন্ত পৰিষদ

ভাৰতীয় দন্ত পৰিষদ (ইংৰাজীত: Dental Council of India) চমুকৈ DCI ভাৰতীয় সদনৰ এক্ট ১৯৪৮ (XVI অৱ ১৯৪৮) দ্বাৰা স্থাপন কৰা হয়।‌ DCI ভাৰতীয় স্বাস্থ্য আৰু পৰিয়াল উন্নয়ন মন্ত্ৰালয়ৰদ্বাৰা স্বীকিৃতিপ্ৰাপ্ত।

হালনাগাদ: ২১ ফেব্ৰুৱাৰী ২০১৮ ৫৪ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

ভাৰতীয় দন্ত পৰিষদ (ইংৰাজী ভাষাত: Dental Council of India) চমুকৈ DCI ভাৰতীয় সদনৰ এক্ট ১৯৪৮ (XVI অৱ ১৯৪৮) দ্বাৰা স্থাপন কৰা হয়।‌ DCI ভাৰতীয় স্বাস্থ্য আৰু পৰিয়াল উন্নয়ন মন্ত্ৰালয়ৰদ্বাৰা স্বীকিৃতিপ্ৰাপ্ত।

উদ্দেশ্য

  • দেশজুৰি দন্ত চিকিৎসাবিজ্ঞানৰ সম শিক্ষা প্ৰদান কৰা।‌
  • দন্ত চিকিৎসক, ডেণ্টেল হাইজেনিষ্ট, ডেণ্টেল মেকানিকচ সকলৰ বাবে শিক্ষাৰ কাৰ্য্যসূচী তৈয়াৰ কৰা।‌
  • পৰীক্ষা আৰু যোগ্যতাৰ মানদণ্ড বজাই ৰখা।‌

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ চৰকাৰী সংস্থা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় দন্ত পৰিষদ” প্ৰবন্ধৰ সংশোধন ১৭৫৩৯৪ (২১ ফেব্ৰুৱাৰী ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।