অৰ্ণৱ, আস্থা আৰু জে ই চি (নামটো ষ্টাইলাইজ কৰা হৈছে: অৰ্ণৱ, আস্থা আৰু JEC) যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পটভূমিত অৰ্ণৱ আৰু আস্থা বৰুৱাৰ কাল্পনিক প্ৰেমকাহিনীৰে ৰচিত ইন্দ্ৰাণী শৰ্মাৰ এখন অসমীয়া উপন্যাস। তেওঁৰ ৱেবছাইট www.indranee.org-ত এই উপন্যাসখন ধাৰাবাহিকভাৱে প্ৰকাশ কৰিছিল।১
প্ৰকাশ
লেখিকাৰ নিজা ৱেবচাইট আৰু ফেইচবুকৰ এটা গ্ৰুপত খণ্ড খণ্ডকৈ প্ৰকাশ পোৱাৰ পাছত ২০১৯ চনৰ নৱেম্বৰত আঁক-বাক প্ৰকাশনে উপন্যাসখন কিতাপ আকাৰে প্ৰকাশ কৰি উলিয়ায়।২
বাহ্যিক সংযোগ
- আঁকবাকৰ ফেইচবুক পৃষ্ঠাত গ্ৰন্থখনৰ প্ৰকাশ সম্পৰ্কে তথ্য
- জোনাক অসমৰ মজিয়াত গ্ৰন্থখনৰ তথ্য তথা প্ৰতিদিন টাইমত লেখিকাৰ ইণ্টাৰভিউ
তথ্যসূত্ৰ
- ↑ Arnab, Aastha & JEC. www.indranee.org/
- ↑ Dutta,Reema. “JEC লগতে অৰ্ণৱ-আস্থা, উৎপল, নিশাৰ সৈতে পঢ়ুৱৈয়ে সংযোগ কৰিব পাৰিছিলে…”- ইন্দ্ৰাণী শৰ্মা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰ্ণৱ, আস্থা আৰু JEC” প্ৰবন্ধৰ সংশোধন ৪৪৯৮৩৫ (৩০ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।