অৰ্জুন ফিৰোজ খান (Arjun Firoz Khan) এগৰাকী ভাৰতীয় অভিনেতা, যিয়ে বি. আৰ. চোপ্ৰাৰ হিন্দী মহাকাব্যৰ টেলিভিচন ধাৰাবাহিক মহাভাৰতত অৰ্জুনৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত।১ এই ভূমিকাত সাফল্য পোৱাৰ পিছত, ফিৰোজ খানে পেশাগতভাৱে তেওঁৰ নাম অৰ্জুনলৈ পৰিৱৰ্তন কৰিছিল।২ তেওঁ কেইখনমান হিন্দী ভাষাৰ চলচ্চিত্ৰটো অভিনয় কৰিছে।
প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন
ফিৰোজ খানৰ জন্ম ১৯ জানুৱাৰীত এটি মুছলমান পৰিবাৰত হয়। তেওঁ মুম্বাইৰ Smt. MMK College of Commerce and Economics -ৰ ছাত্ৰ আছিল। পিছত তেওঁ ইংলেণ্ডৰ অক্সফ'ৰ্ড বিশ্ববিদ্যালয়লৈ যায় য’ৰপৰা তেওঁ পঢ়াশুনা সম্পূৰ্ণ কৰে।৩
তেওঁ কাশ্মীৰাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁ তিনিটা সন্তান গৰাকী- এগৰাকী ল’ৰা আৰু দুগৰাকী ছোৱালী। তেওঁৰ পুত্ৰ জিব্ৰান খানো এগৰাকী অভিনেতা।৪
ফিল্ম’গ্ৰাফী
চলচ্চিত্ৰ
| চন | শিৰোনাম | চৰিত্ৰ | টোকা |
|---|---|---|---|
| ১৯৮৪ | মঞ্জিল মঞ্জিল | ৰূপেশ | |
| ১৯৮৫ | জবৰদস্ত | বিক্ৰম সিং | |
| ১৯৮৬ | স্বাতী | মনোহৰ যোশী | |
| ১৯৮৬ | মাজলুম | ৰাজন বিজয় সিং | |
| ১৯৮৮ | কোঁৱৰলাল | জগ্গন সিং | |
| ১৯৮৮ | কয়মত সে কয়মত তক | ৰতন সিং | |
| ১৯৮৮ | খাত্ৰো কে খিলাড়ী | অৰ্জুন সিং | |
| ১৯৮৮ | জুংগল কী বেতী | ||
| ১৯৮৯ | আজীব ইতেফক | গায়ক | অতিথি চৰিত্ৰ |
| ১৯৯০ | সেৰ দিল | বলাৎকাৰী | |
| ১৯৯১ | নায়া জাহেৰ | ইন্সপেক্টৰ বিক্ৰম | |
| ১৯৯২ | কল কী আৱাজ | ডিএছপি সিং | |
| ১৯৯২ | জিগাৰ | দুৰ্যোধন | |
| ১৯৯২ | তিৰংগা | ৰসিক নাথ গুণ্ডাস্বামী | |
| ১৯৯৩ | আদমী | ত্ৰিকালচ্ গুন | |
| ১৯৯৩ | ফুল ঔৰ অংগৰ | কালিচৰণ | |
| ১৯৯৪ | মিঃ আজাদ | হিৰাভাত মিশ্ৰৰ পুত্ৰ | |
| ১৯৯৪ | ব্ৰহ্মা | সুন্দেৰ | |
| ১৯৯৪ | আ গালে লগ জা | সিকেন্দাৰ খান্না | |
| ১৯৯৫ | কলিযুগ কে অৱতাৰ | বিকি | |
| ১৯৯৫ | কৰণ অৰ্জুন | নাহৰ সিং | |
| ১৯৯৬ | হম হ্যে খলনায়ক | চলচ্চিত্ৰ পৰিচালক (চৰিত্ৰ) | |
| ১৯৯৬ | সাজান চালে সসুৰাল | ঠাকুৰৰ পুত্ৰ | |
| ১৯৯৬ | ৰঙবাজ | গোগা | |
| ১৯৯৬ | হেল্লো ডেড্ডী | Ji Jo | কন্নড় চলচ্চিত্ৰ |
| ১৯৯৭ | মোহাব্বাত | গুন | |
| ১৯৯৭ | দো আখে বাৰাহ হাঠ | পুলিচ ইন্সপেক্টৰ | |
| ১৯৯৭ | ৰাজা কী আয়েগী বাৰাত | পুলিচ ইন্সপেক্টৰ ফিৰোজ খান | অতিথি চৰিত্ৰ |
| ১৯৯৭ | বিশ্ববিধাতা | গুন | |
| ১৯৯৮ | বাৰুদ | সিংঘালচ মেন | |
| ১৯৯৮ | মেহন্দী | বিল্লু (ইউনুছ/হিজৰা) | |
| ১৯৯৮ | মাফিয়া ৰাজ | জেকী জেক্যল | |
| ১৯৯৯ | মা কসম | ইন্সপেক্টৰ ঘোষাল | |
| ১৯৯৯ | হোগী প্যাৰ ৰী জীত | অৰ্জুন সিং | |
| ২০০০ | দাদা | গুন | |
| ২০০০ | জ্বৱালামুখী | নাগাৰ্জুন | |
| ২০০১ | জড়ি নং ১ | মোণ্টি | |
| ২০০১ | অৰ্জুন দেৱা | জাহাংগীৰ খান | |
| ২০০২ | ৰিস্তেয় | ট্ৰেইনাৰ এণ্ড ফ্ৰেইণ্ড | |
| ২০০৩ | কুটুম্বা | জয়াৰাজ পাটিল | কন্নড় চলচ্চিত্ৰ |
| ২০০৪ | চান্দ সা ৰৌচন চেহৰা | ||
| ২০০৬ | য়েহ ৰাত | য়োগৰাজ | |
| ২০১৩ | য়ামলা পাগলা দীৱানা ২ | শিখ ইন্সপেক্টৰ ইন লণ্ডন | |
| ২০১৩ | মহাভাৰত ঔৰ বাৰবাৰেক | অৰ্জুন | |
| ২০১৬ | আই ডণ্ট ৱাটচ্ টিভি | নিজে | ৱেব চিৰিজ |
টেলিভিচন
| চন | ধাৰাবাহিক | চৰিত্ৰ | চেনেল | টোকা |
|---|---|---|---|---|
| ১৯৮৮-১৯৯০ | মহাভাৰত | অৰ্জুন | ডিডি নেশ্যনেল | |
| ১৯৯৬ | যুগ | পেটাৰ গোমচ্ | ডিডি নেশ্যনেল | |
| ১৯৯৭ | বেতাল পচীসী | Magician | ডিডি নেশ্যনেল | |
| ১৯৯৭-১৯৯৮ | মহাভাৰত কথা | অৰ্জুন | ডিডি নেশ্যনেল | |
| ২০০০-২০০১ | বিষ্ণু পুৰাণ | জমদগ্নি | ডিডি নেশ্যনেল |
তথ্যসূত্ৰ
- ↑ (20 January 2012). A film on Mahabharata. The Times of India
- ↑ (27 April 2020). Mahabharat's Arjun Firoz Khan Says Changing His Name Gave Him Everything He'd Dreamed of. News18.com
- ↑ Alumni. Smt. MMK College of Commerce & Economics
- ↑ (22 May 2020). 'Mahabharat' fame Arjun's son Jibraan Khan to make his Bollywood debut in 'Bramhastra'?. RepublicWorld
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰ্জুন (ফিৰোজ খান)” প্ৰবন্ধৰ সংশোধন ৪৬৩৮৫৫ (১৪ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।