অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প'ৰ্টছ্ ক্লাব

অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প'ৰ্টছ্ ক্লাব, বা অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ এছচি, (চমুকৈ এ এছ ই‌ বি এছচি নামেৰে পৰিচিত) হৈছে অসমৰ গুৱাহাটীৰ এটি অন্যতম আগশাৰীৰ ফুটবল ক্লাব। এই ক্লাবে গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগ, বৰদলৈ ট্ৰফী, এ.টি.পি.এ.

হালনাগাদ: ২৭ নৱেম্বৰ ২০২৪ ২২৯ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প'ৰ্টছ্ ক্লাব, বা অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ এছচি, (চমুকৈ এ এছ ই‌ বি এছচি নামেৰে পৰিচিত) হৈছে অসমৰ গুৱাহাটীৰ এটি অন্যতম আগশাৰীৰ ফুটবল ক্লাব। এই ক্লাবে গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগ, বৰদলৈ ট্ৰফী, এ.টি.পি.এ. শ্বিল্ড, স্বাধীনতা দিৱস কাপ ইত্যাদি অসমৰ বৃহৎ প্ৰতিযোগিতা সমূহত নিয়মীয়াকৈ অংশগ্ৰহণ কৰে।

ইতিহাস

অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ জিএছএ ছুপাৰ ডিভিজন ফুটবল লীগৰ সৰ্বাধিক খিতাপ দখলকাৰী ক্লাব।১ ১৯৭৫ চনত স্থাপিত এই ফুটবল ক্লাবে ৰাষ্ট্ৰীয় ফুটবল লীগ ২, পূৰ্বৰ ভাৰতীয় ফুটবল প্ৰণালীৰ দ্বিতীয় স্তৰ প্ৰতিযোগিতাটো অংশগ্ৰহণ কৰিছিল।২ ক্লাবটোৰ স্বত্বাধিকাৰী হৈছে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অধীনৰ তিনিটা কোম্পানী - অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (APDCL), অসম বিদ্যুৎ সংবহন নিগম লিমিটেড (AEGCL) আৰু অসম শক্তি উৎপাদন নিগম লিমিটেড (APGCL)।

খেলপথাৰ

অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ এছ চিয়ে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামক ঘৰুৱা খেলপথাৰ হিচাপে ব্যৱহাৰ কৰে।

সফলতা সমূহ

লীগ

  • অসম ক্লাব চেম্পিয়নশ্বিপ

বিজয়ী (২) ২০০৪, ২০০৬৩ ৰাণাৰ্ছ আপ (৪): ২০০১, ২০০২, ২০০৩, ২০০৭

  • জিএছএ ছুপাৰ ডিভিজন ফুটবল লীগ

বিজয়ী (১২)১৪ ৫

কাপ

বিজয়ী (৫):৬ ১৯৮৮, ২০০৬, ২০০৯, ২০১৪, ২০২১ ৰাণাৰ্ছ আপ (৪): ১৯৯৯, ২০০২, ২০০৮, ২০১৯

  • এ.টি.পি.এ. শ্বিল্ড
Simple cup icon.svg
ছবি: Masur · Public domain

বিজয়ী (৫):৭ ২০০০, ২০০১, ২০০৬, ২০১১, ২০২২৮ ৰাণাৰ্ছ আপ (৩): ২০০৪, ২০০৮, ২০১৯

  • স্বাধীনতা দিৱস কাপ
Simple cup icon.svg
ছবি: Masur · Public domain

বিজয়ী (৪): ১৯৮৬, ১৯৯৫, ২০১৫, ২০২১৯ ৰাণাৰ্ছ আপ (১): ২০১৬

  • বদৌচা কাপ

ৰাণাৰ্ছ আপ (২): ২০১৬, ২০২০

  • এন এন ভট্টাচাৰ্য্য নক-আউট ফুটবল প্ৰতিযোগিতা
Simple cup icon.svg
ছবি: Masur · Public domain

বিজয়ী (১): ২০১৫১০ ৰাণাৰ্ছ আপ (১): ২০১৪

  • অম্বা মেধি আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতা
Simple cup icon.svg
ছবি: Masur · Public domain

বিজয়ী (১): ২০০২১১

  • নৰোৰাম বৰ্মন সোঁৱৰণী ট্ৰফী
Simple cup icon.svg
ছবি: Masur · Public domain

বিজয়ী (১): ২০১০১২

পৃষ্ঠপোষক

তথ্যসূত্ৰ

  1. ↑ ASEBSC retain GSA Super League Title. sentinelassam.com
  2. ↑ ASEB hope to make round two-N-E leg of national football league in Shillong. telegraphindia.com
  3. ↑ List of Winners/Runners-Up of the Assam Club Football Championship:. indianfootball.de
  4. ↑ List of Champions of the Guwahati Super Division. indianfootball.de
  5. ↑ Guwahati (GSA) Super Division League. www.theawayend.co
  6. ↑ List of Winners/Runners-Up of the Bordoloi Trophy. indianfootball.de
  7. ↑ List of Winners/Runners-Up of the ATPA Shield. indianfootball.de
  8. ↑ Assam State Electricity Board Sports Club (ASEBSC) win ATPA Shield at Jorhat. sentinelassam.com
  9. ↑ (11 December 2021). ASEBSC win Independence Cup title defeating Kerala United Football Club. sentinelassam.com. Sentinel Assam
  10. ↑ Powermen pip police to title. telegraph india.com
  11. ↑ List of Winners/Runners-Up of the Amba Medhi Cup:. indianfootball.de
  12. ↑ ASEB lift Naroram Barman trophy. assamtribune.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ক্ৰীড়া সংঘভাৰতৰ ফুটবল ক্লাব

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প'ৰ্টছ্ ক্লাব” প্ৰবন্ধৰ সংশোধন ৪৪৮৮৯৭ (২৭ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।