ভাৰতৰ ফুটবল ক্লাব
৭ প্ৰবন্ধ
-
নৰ্থ ইষ্ট ইউনাইটেড এফ চি
নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব (NorthEast United Football Club) হ'ল ইণ্ডিয়ান ছুপাৰ লীগত অংশগ্ৰহণ কৰা অসমৰ গুৱাহাটীৰ এক পেছাদাৰী ফুটবল ফ্ৰেঞ্চাইজি। এই দলে ইণ্ডিয়ান ছুপাৰ লীগৰ ২০১৪ চনৰ প্ৰাৰম্ভিক বৰ্ষৰপৰা নিজৰ আনুষ্ঠানিক খেল আৰম্ভ কৰে। এই দলটোৰ স্বত্বাধিকাৰী বলিউডৰ অভিনেতা জন আব্ৰাহম।
-
মোহন বাগান এথলেটিক ক্লাব
মোহন বাগান এথলেটিক ক্লাব (Mohun Bagan Athletic Club ) হৈছে ভাৰত তথা এছিয়াৰ পুৰনি ক্ৰীড়াসংঘবিলাকৰ অন্যতম সংঘ। এই ক্লাবটো ঘাইকৈ ইয়াৰ অধীনৰ ফুটবল দলটোৰ বাবে বিখ্যাত। এই ক্লাবটো ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ কলিকতা চহৰত অৱস্থিত।
-
ইষ্ট বেংগল ফুটবল ক্লাব
ইষ্ট বেংগল ফুটবল ক্লাব (East Bengal Football Club) হৈছে ভাৰতৰ সৰ্বাধিক সফল ফুটবল ক্লাববোৰৰ অন্যতম। পশ্চিম বংগৰ কলিকতা চহৰত অৱস্থিত এই ফুটবল ক্লাবটোৱে এতিয়ালৈকে তিনিবাৰকৈ নেচনেল ফুটবল লীগ আৰু আই-লীগ আৰু সাতবাৰ ফেডাৰেচন কাপ জিকিছে।
-
শ্বিলং লাজং ফুটবল ক্লাব
শ্বিলং লাজং ফুটবল ক্লাব (Shillong Lajong Football Club) ভাৰতৰ মেঘালয় ৰাজ্যৰ ৰাজধানী চহৰ শ্বিলঙৰ এটা পেছাদাৰী ফুটবল ক্লাব। ১৯৮৩ চনত জন্ম লাভ কৰা এই ফুটবল ক্লাবটোৰ মূল লক্ষ্য হৈছে স্থানীয় প্ৰতিভাৱান খেলুৱৈ সকলক চিনাক্ত কৰি আৰু তেওঁলোকক উপযুক্ত প্ৰশিক্ষণ দি ৰাজ্যখনত ফুটবল খেলৰ সামগ্ৰিক মানদণ্ড উন্নত…
-
অইল ইণ্ডিয়া এফ চি
অইল ইণ্ডিয়া ফুটবল ক্লাব অসমৰ দুলীয়াজানস্থিত এক আগশাৰীৰ প্ৰখ্যাত ফুটবল ক্লাব। এই ক্লাবটো ১৯৬৪ চনত ৰাজহুৱা খণ্ডৰ অধীনৰ বৃহৎ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে প্ৰতিষ্ঠা কৰিছিল।অইল ইণ্ডিয়া এফ চিয়ে গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগ, বৰদলৈ ট্ৰফী, এ.টি.পি.এ.
-
মুম্বাই চিটি এফ চি
মুম্বাই চিটি ফুটবল ক্লাব (মাৰাঠি:मुंबई सिटी फुटबॉल क्लब) এটি ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল ফ্ৰেঞ্চাইজি, মহাৰাষ্ট্ৰৰ মুম্বাইত আধাৰিত, যিয়ে অক্টোবৰ ২০১৪ত খেলিবলৈ আৰম্ভ কৰিলে, ইণ্ডিয়ান চুপাৰ লীগৰ আৰম্ভণী বৰ্ষত।
-
অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প'ৰ্টছ্ ক্লাব
অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প'ৰ্টছ্ ক্লাব, বা অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ এছচি, (চমুকৈ এ এছ ই বি এছচি নামেৰে পৰিচিত) হৈছে অসমৰ গুৱাহাটীৰ এটি অন্যতম আগশাৰীৰ ফুটবল ক্লাব। এই ক্লাবে গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগ, বৰদলৈ ট্ৰফী, এ.টি.পি.এ.