অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

অপ্পম

অপ্পম (Appam) বা হপাৰ্ছ (Hoppers) হৈছে দক্ষিণ ভাৰত আৰু শ্ৰীলংকাৰ এক প্ৰকাৰৰ পাতল পেনকেক। ই সাধাৰণতে চাউলৰ গুড়ি কৰা মিশ্ৰণ আৰু নাৰিকল দুগ্ধৰ সৈতে প্ৰস্তুত কৰা হয়। অপ্পম পৰম্পৰাগতভাৱে আপ্পাচট্টি নামেৰ গভীৰ পেনত ৰন্ধা হয়, যিয়ে আকাৰত ৱকৰ দৰে।

হালনাগাদ: ৮ মে’ ২০২৫ ২১৭ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

অপ্পম (Appam) বা হপাৰ্ছ (Hoppers) হৈছে দক্ষিণ ভাৰত আৰু শ্ৰীলংকাৰ এক প্ৰকাৰৰ পাতল পেনকেক। ই সাধাৰণতে চাউলৰ গুড়ি কৰা মিশ্ৰণ আৰু নাৰিকল দুগ্ধৰ সৈতে প্ৰস্তুত কৰা হয়। অপ্পম পৰম্পৰাগতভাৱে আপ্পাচট্টি নামেৰ গভীৰ পেনত ৰন্ধা হয়, যিয়ে আকাৰত ৱকৰ দৰে। ই তামিলনাডু আৰু কেৰালাৰ খাদ্যৰ অংশ, তদুপৰি শ্ৰীলংকাতো প্ৰচলিত।১ অপ্পম সাধাৰণতে ৰাতিপুৱা বা নিশাৰ আহাৰত পৰিবেশন কৰা হয়, আৰু কেতিয়াবা ইয়াৰ ওপৰত কণী দিয়া হয়। অপ্পম শব্দটো উৎপত্তি হৈছে সংস্কৃত ভাষাৰ অপূপ (अपूप) শব্দৰ পৰা।

প্ৰকাৰসমূহ

কেৰালাত অপ্পম ৰন্ধা দৃশ্য
কেৰালাত অপ্পম ৰন্ধা দৃশ্যছবি: Ranjithsiji · CC BY-SA 3.0
তামিলনাডুত নাৰিকল দুগ্ধৰ সৈতে অপ্পম
তামিলনাডুত নাৰিকল দুগ্ধৰ সৈতে অপ্পমছবি: KARTY JazZ · CC BY-SA 4.0
গুলি অপ্পম
গুলি অপ্পমছবি: Rohitvalecha · CC BY-SA 4.0
কেৰালাত ছনা দাইলৰ চৰবিৰ সৈতে অপ্পম
কেৰালাত ছনা দাইলৰ চৰবিৰ সৈতে অপ্পমছবি: Ranjithsiji · CC BY-SA 3.0
কণীৰ সৈতে অপ্পম
কণীৰ সৈতে অপ্পমছবি: Northwalker · CC0
ইডিয়াপ্পম আৰু কণী মছলা চৰবি
ইডিয়াপ্পম আৰু কণী মছলা চৰবিছবি: Viewfinder18 · CC BY-SA 4.0
উন্নি অপ্পম
উন্নি অপ্পমছবি: DreamyFlutura11 · CC BY-SA 4.0
ভাট্টায়াপ্পম
ভাট্টায়াপ্পমছবি: Sajetpa at Malayalam Wikipedia · CC BY 3.0

ইডিয়াপ্পম

ইডিয়াপ্পম সাধাৰণতে মাছ বা কুকুৰাৰ মাংস, দালি, বা মচলা আৰু চাটনিৰ সৈতে পৰিবেশন কৰা হয়। এছিয়াৰ বিভিন্ন অঞ্চলত ইয়াৰ বিভিন্ন প্ৰকাৰ আছে, যেনে ইডিয়াপ্পম বিৰিয়ানি, য'ত কণী বা শাক-পাচলি মিশ্ৰিত হয়।

আচ্ছাপ্পম

আচ্ছাপ্পম খ্ৰীষ্টান খাদ্য সংস্কৃতিৰ অংশ।২

কুঝলাপ্পম

কুঝলাপ্পম এক প্ৰকাৰৰ ভজা খাদ্য।৩৪

নেয়্যাপ্পম

নেয়্যাপ্পম কেৰালাত উৎপত্তি হোৱা এক পৰম্পৰাগত খাদ্য যি সাধাৰণতে হিন্দু মন্দিৰসমূহত দানৰ ৰূপত দিয়া হয়। ইয়াক চাউলৰ গুড়ি, গুড় আৰু ঘিঁউৰ সৈতে প্ৰস্তুত কৰা হয়। এক ভিন্ন ৰূপ "উন্নি অপ্পম", য'ত পকা কল মিশ্ৰিত কৰা হয়।৫

কল্লাপ্পম

কল্লাপ্পম কেৰালাৰ এক ঐতিহ্যবাহী খাদ্য।৬

পেছাহা অপ্পম

পেছাহা অপ্পম সাধাৰণতে চেনিৰ ৰসত ডুবাই খোৱা হয়।৭

ভাট্টায়াপ্পম

ভাট্টায়াপ্পম এক প্ৰকাৰৰ বাষ্পত ৰন্ধা মিঠাই যি চাউলৰ গুড়ি, চেনি, আৰু নাৰিকলৰ মিশ্ৰণেৰে প্ৰস্তুত কৰা হয়।৮

বৰ্মীজ "আপোন"

বৰ্মাত অপ্পমক "আপোন" (အာပုံ) বুলি জনা যায়। ই বিশেষকৈ দক্ষিণ ম্যানমাৰ, ডাৱেই আৰু মেইকত জনপ্ৰিয়।

কুয়ে আপেম

ইণ্ডোনেছিয়াত অপ্পমক "কুয়ে আপেম" বা "কুয়ে আপাম" বোলা হয়। ইয়াক সাধাৰণতে চাউলৰ গুড়ি, নাৰিকল দুগ্ধ, গুড় আদিৰে তৈয়াৰ কৰি পৰিবেশন কৰা হয়।৯

তথ্যসূত্ৰ

  1. ↑ সংকৰণাৰায়ণন, A.; Amaresan, N.; Dhanasekaran, D. (2019-12-06). Fermented Food Products. CRC Press. ISBN 978-1-000-76095-8
  2. ↑ Menon, A. Sreedhara. (1979). Social and cultural history of Kerala. Sterling
  3. ↑ K.T. Achaya. (1997). Indian Food: A Historical Companion. Oxford University Press. ISBN 0195644166
  4. ↑ Menon, A. Sreedhara. (1979). Social and Cultural History of Kerala. Sterling
  5. ↑ Dileep Padgaonkar. (10 April 2010). The appam takes on the naan. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  6. ↑ തനി നാടൻ കള്ളപ്പം, ഈസ്റ്റർ ദിനത്തിലെ പ്രഭാത ഭക്ഷണം. www.manoramaonline.com
  7. ↑ Amprayil, Kuruvilla Cherian. (16 March 2008). Kerala Nazranee Pesaha Receipes. Nasrani Syrian Christians Network
  8. ↑ Vattayappam- an oil free tea time snack - Appam - Palappam - Pesaha Appam - Kerala Cuisines - Cake - Snacks - Steamed
  9. ↑ (16 December 2010). Kue Apem Kukus. Sajian Sedap

সম্পৰ্কিত শ্ৰেণী

খাদ্যদক্ষিণ ভাৰতৰ খাদ্যৰন্ধনপ্ৰণালীভাৰতৰ ৰন্ধনশৈলী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অপ্পম” প্ৰবন্ধৰ সংশোধন ৫০৭০২৯ (৮ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।