অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অনন্ত আচাৰ্য

অনন্ত আচাৰ্য অনন্ত আচাৰ্য আছিল ১৮ শতিকাৰ কবি ৷ ‘আনন্দ লহৰী’ গ্ৰন্থখন তেওঁ ৰচনা কৰা৷ বৰৰজা ফুলেশ্বৰী আৰু শিৱসিংহৰ নিৰ্দেশত আৰু শংকৰাচাৰ্যৰ ‘সৌন্দৰ্য লহৰী’ স্তোত্ৰৰ আদৰ্শত পুথিখন ৰচনা কৰিছিল৷ তেওঁ শক্তি পূজক আছিল৷

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৩৩ শব্দ · ১ মিনিট সংগৃহীত ৫৪
সংশোধনৰ পৰামৰ্শ

অনন্ত আচাৰ্য অনন্ত আচাৰ্য আছিল ১৮ শতিকাৰ কবি ৷ ‘আনন্দ লহৰী’ গ্ৰন্থখন তেওঁ ৰচনা কৰা৷ বৰৰজা ফুলেশ্বৰী আৰু চুতণফাৰ নিৰ্দেশত আৰু শংকৰাচাৰ্যৰ ‘সৌন্দৰ্য লহৰী’ স্তোত্ৰৰ আদৰ্শত পুথিখন ৰচনা কৰিছিল৷ তেওঁ শক্তি পূজক আছিল৷ ১

তথ্যসূত্ৰ

  1. ↑ শিৱনাথ বৰ্মন. (২০০৯). অনন্ত আচাৰ্য. বনলতা. পৃ. ৩

সম্পৰ্কিত শ্ৰেণী

অসমীয়া কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনন্ত আচাৰ্য” প্ৰবন্ধৰ সংশোধন ৬৩৯৬৫৩ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।