অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মল্লিকাৰ্জুন খড়গে

মল্লিকাৰ্জুন খড়গে (জন্ম ২১ জুলাই ১৯৪২) এজন ভাৰতীয় ৰাজনীতিবিদ বৰ্তমান কৰ্ণাটকৰ পৰা ৰাজ্যসভাৰ সদস্য আৰু ১৬ ফেব্ৰুৱাৰী ২০২১ৰ পৰা ৰাজ্যসভাত বিৰোধী দলৰ নেতা। খৰ্গে ভাৰতৰ প্ৰাক্তন ৰে’ল মন্ত্ৰী, শ্ৰম আৰু নিয়োগ মন্ত্ৰী। তেওঁ কৰ্ণাটকৰ এগৰাকী জ্যেষ্ঠ ৰাজনীতিবিদ আৰু কৰ্ণাটক বিধানসভাৰ বিৰোধী দলৰ নেতা আছিল।

হালনাগাদ: ২৫ মে’ ২০২৫ ৫৮ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

মল্লিকাৰ্জুন খড়গে (জন্ম ২১ জুলাই ১৯৪২) এজন ভাৰতীয় ৰাজনীতিবিদ বৰ্তমান কৰ্ণাটকৰ পৰা ৰাজ্যসভাৰ সদস্য আৰু ১৬ ফেব্ৰুৱাৰী ২০২১ৰ পৰা ৰাজ্যসভাত বিৰোধী দলৰ নেতা। খৰ্গে ভাৰতৰ প্ৰাক্তন ৰে’ল মন্ত্ৰী, শ্ৰম আৰু নিয়োগ মন্ত্ৰী। তেওঁ কৰ্ণাটকৰ এগৰাকী জ্যেষ্ঠ ৰাজনীতিবিদ আৰু কৰ্ণাটক বিধানসভাৰ বিৰোধী দলৰ নেতা আছিল। ২০০৮ চনৰ কৰ্ণাটক ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ সময়ত তেওঁ কৰ্ণাটক প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি আছিল।

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মল্লিকাৰ্জুন খড়গে” প্ৰবন্ধৰ সংশোধন ৫১২৪১৭ (২৫ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।