অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ ঔপন্যাসিক চৈয়দ আব্দুল মালিক।১ অসমীয়া সাহিত্যত এখন সামাজিক উপন্যাস হিচাপে এই উপন্যাসখনৰ গুৰুত্ব আছে। উপন্যাসখন প্ৰথম প্ৰকাশ হৈছিল ১৯৬৯ চনত। চৈয়দ আব্দুল মালিকৰ ‘অঘৰী আত্মাৰ কাহিনী’ হৈছে ১৯৭২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰা দ্বিতীয়খন অসমীয়া উপন্যাস।১
চৰিত্ৰসমূহ
- নিৰঞ্জন খাউণ্ড,
- অপৰাজিতা,
- শশাংক,
- ছায়া,
- মৃগাংক,
- কণক,
- অপৰা,
- মন্মথ চৌধুৰী,
- হেমিদুৰ আদি।
তথ্যসূত্ৰ
- ↑ (3 December 2016). ঈয়াৰুইংগম. ৰত্নোত্তমা দাস বিক্ৰম. জনমভূমি.ইন
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অঘৰী আত্মাৰ কাহিনী” প্ৰবন্ধৰ সংশোধন ৫১৪৯৪২ (৪ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।