শিক্ষাবিদ
১০২ প্ৰবন্ধ
-
সুশীলা অনিতা বনাৰ্জী
সুশীলা অনিতা বনাৰ্জী (Susila Anita Bonnerjee; মৃত্যুː ২৫ ছেপ্টেম্বৰ ১৯২০) এগৰাকী চিকিৎসক, শিক্ষাবিদ আৰু ভোটাধিকাৰৰ হকে মাত মতা ব্যক্তি, যিয়ে ১৮০০ দশকৰ শেষৰ ফালে ইংলেণ্ড আৰু ভাৰতত মহিলাৰ শিক্ষা আৰু স্বাস্থ্যৰ পোষকতা কৰিছিল।
-
সেৱাষ্টি কিৰিয়াজী
সেৱাষ্টি কিৰিয়াজী-ডাকো (Sevasti Qiriazi) (আনুমানিক ১৮৭১–১৯৪৯) এগৰাকী আলবেনিয়ান দেশপ্ৰেমিক, শিক্ষাবিদ, প্ৰটেষ্টেণ্ট মিছনেৰী, লেখিকা, আলবেনিয়ান মহিলা শিক্ষাৰ পথ প্ৰদৰ্শক আৰু আলবেনিয়ান ৰাষ্ট্ৰীয় জাগৰণৰ কৰ্মী আছিল।
-
স্বৰ্ণলতা ৰংগৰাজন
স্বৰ্ণলতা ৰংগৰাজন (ইংৰাজী: Swarnalatha Rangarajan) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু লেখিকা। তেওঁ বিশেষকৈ পৰিৱেশ-সমালোচনা আৰু পৰিৱেশীয় কল্পকাহিনীৰ ক্ষেত্ৰত বিশেষজ্ঞ। তেওঁ পৰিৱেশ-সমালোচনাৰ ওপৰত এখন গৱেষণা গ্ৰন্থ লিখাৰ লগতে পৰিৱেশ-সমালোচনা আৰু ইকোছফীৰ ওপৰত কেইবাখনো কিতাপ আৰু আলোচনী সম্পাদনা কৰিছে।
-
হানিফা মালিকোভা
হানিফা মালিকোভা (Hənifə Məlikova, ৫ মে’ ১৮৫৬ – ২ মে’ ১৯২৯) ককেচাছ অঞ্চলত ধৰ্মনিৰপেক্ষ শিক্ষা লাভ কৰা প্ৰথম মুছলমান নাৰীসকলৰ ভিতৰত এগৰাকী আছিল। পিছলৈ তেওঁ আজাৰবাইজানী সাংবাদিক আৰু বৌদ্ধিক চিন্তাবিদ হাসান বেই জাৰদাবিক বিবাহ কৰে আৰু ১৮৭৫ চনৰ পৰা ১৮৭৭ চনলৈ তেওঁৰ সৈতে একেলগে আজাৰবাইজানী ভাষাৰ প্ৰথম…
-
হুছনে আৰা কমল
হুছনে আৰা কমল (Husne Ara Comal; ২০ ডিচেম্বৰ ১৯৩৪ – ১৬ এপ্ৰিল ২০০৯) এগৰাকী বাংলাদেশী শিক্ষাবিদ, দানশীল সমাজকৰ্মী আছিল। তেওঁ সমগ্ৰ কৰ্মজীৱনত বাংলাদেশৰ সমাজ কল্যাণ আৰু মহিলা সবলীকৰণত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল।
-
হেবা ওয়াই আমিন
হেবা ওৱাই আমিন (Heba Amin; জন্ম ১৯৮০) এগৰাকী ভিচুৱেল আৰ্টিষ্ট, গৱেষক আৰু শিক্ষাবিদ।
-
হৰি সেন
হৰি সেন ( জন্ম,১৫ আগষ্ট ১৯৫৫ – মৃত্যু, ৩০ মাৰ্চ ২০২৪) হিমাচল প্ৰদেশৰ এজন ভাৰতীয় একাডেমিক বুৰঞ্জীবিদ। দিল্লী বিশ্ববিদ্যালয়ত ইতিহাসৰ অধ্যাপনা কৰাৰ লগতে ঔপনিৱেশিক ৰাজস্থানৰ ভীলসকলৰ ওপৰত গৱেষণা কৰিছিল। তেওঁ পূৰ্বৰ ৰাজকীয় ৰাজ্য চুকেটৰ উপাধি ৰজাও আছিল।
-
হৰিণী অমৰাছুৰীয়া
হৰিণী নিৰেকা অমৰাছুৰীয়া (জন্ম ৬ মাৰ্চ ১৯৭০)(Harini Nireka Amarasuriya) এগৰাকী শ্ৰীলংকান সমাজবিজ্ঞানী, শিক্ষাবিদ, কৰ্মী আৰু ৰাজনীতিবিদ যি ২০২৪ চনৰ পৰা শ্ৰীলংকাৰ ১৬ সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
ৰঞ্জনা কুমাৰী
ৰঞ্জনা কুমাৰী (Ranjana Kumari) এগৰাকী ভাৰতীয় সমাজ কৰ্মী, লেখিকা, আৰু শিক্ষাবিদ। তেওঁ দিল্লীৰ চেণ্টাৰ ফৰ ছ'চিয়েল ৰিচাৰ্চৰ পৰিচালক আৰু মহিলা গোটৰ ৰাষ্ট্ৰীয় সংগঠন উইমেন পাৱাৰ কানেক্টৰ অধ্যক্ষ।
-
ৰাজলক্ষ্মী পাৰ্থসাৰথি
য়েচা গুঞ্জা ৰাজলক্ষ্মী পাৰ্থসাৰথি (২৭ নৱেম্বৰ ১৯২৫ – ৬ আগষ্ট ২০১৯), শ্ৰীমতী. ৱাই জি পি নামেৰে বেছি পৰিচিত, তেওঁ এজনী ভাৰতীয় সাংবাদিক, শিক্ষাবিদ, আৰু সমাজকৰ্মী আছিল। পদ্মসেশাদ্ৰী বালা ভৱনৰ প্ৰতিষ্ঠাপক আৰু ডীন আছিল।
-
ৰাজীৱ মালহোত্ৰা
ৰাজীৱ মালহোত্ৰা (Rajiv Malhotra) (জন্ম: ১৫ ছেপ্টেম্বৰ ১৯৫০) ভাৰতত জন্মগ্ৰহণ কৰা এজন আমেৰিকীয় সোঁপন্থী হিন্দুত্ববাদী মতাদৰ্শবিদ৷ তেওঁ ভাৰতীয় অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা ইনফিনিটি ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক৷ ইয়াৰ লগতে তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ৰ তিব্বতী বৌদ্ধ টেংগ্যুৰ অনুবাদৰ প্ৰকল্পৰ বাবেও ধন…
-
ৰাণী চিত্ৰলেখা ভোঁচলে
ৰাণী চিত্ৰলেখা ভোঁচলে (Rani Chitralekha Bhonsle, ২৬ ফেব্ৰুৱাৰী ১৯৪১ – ১৬ আগষ্ট ২০১৫) এগৰাকী ৰাজনৈতিক, সমাজকৰ্মী আৰু মহাৰাষ্ট্ৰৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হোৱা এগৰাকী সাংসদ আছিল.