মিছ চেন্নাই
১০ প্ৰবন্ধ
-
মিছ চেন্নাই
মিছ চেন্নাই (ইংৰাজী: Miss Chennai) হ’ল ভাৰতৰ চেন্নাই চহৰৰ এখন সৌন্দৰ্য প্ৰতিযোগিতা, যিখন ১৯৯৯ চনৰপৰা ২০০৯ চনৰ ভিতৰত পেৰেণ্ট অৰ্গেনাইজেশ্যন 'ভিবিএ' (VIBA)ৰ অধীনত পৰিচালিত হৈছিল।
-
তৃষা কৃষ্ণন
তৃষা কৃষ্ণন (ইংৰাজী: Trisha Krishnan; জন্ম ৪ মে' ১৯৮৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যি মূলতঃ তামিল আৰু তেলুগু চলচ্চিত্ৰত কৰা কামৰ বাবে পৰিচিত। ভাৰতৰ সৰ্বাধিক উপাৰ্জনকাৰী অভিনেত্ৰীসকলৰ ভিতৰত তেওঁ অন্যতম।
-
চান্দিনী তামিলাৰসন
চান্দিনী তামিলাৰসন (ইংৰাজী: Chandini Tamilarasan) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে তামিল আৰু তেলুগু ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। ২০১০ চনত কে. ভাগ্যৰাজৰ ছবি সিদ্ধু +২ত মুখ্য চৰিত্ৰৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ পাতনি মেলে। ইয়াৰ পিছত তেওঁ নান ৰাজাভাগা পোগিৰেন (২০১৩) ছবিত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছিল।
-
বিদুষী দাস বাৰ্দে
বিদুষী দাস বাৰ্দে (ওড়িয়া: ବିଦୂଷୀ ଦାସ ବାର୍ଦେ; ইংৰাজী: Bidushi Dash Barde; অনুমাণিক ১৯৮৯ – অক্টোবৰ ২০১২) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মুম্বাইস্থিত মডেল আছিল। তেওঁ ২০০৬ চনৰ "মিছ চেন্নাই" সৌন্দৰ্য প্ৰতিযোগিতাত দ্বিতীয় ৰানাৰ্ছ-আপ আছিল।
-
মমতী চাৰী
মমতী চাৰী (ইংৰাজী: Mamathi Chari; জন্ম ২১ ডিচেম্বৰ ১৯৭৮) এগৰাকী ভাৰতীয় ৰেডিঅ' জকী, টেলিভিছন ব্যক্তিত্ব আৰু অভিনেত্ৰী যিয়ে মূলতঃ তামিল চলচ্চিত্ৰ আৰু টেলিভিছন অনুষ্ঠানত অভিনয় কৰে। তেওঁ টেলিভিছন অনুষ্ঠান ৱানাক্কাম তামিঝাৰ আঁত ধৰিছিল আৰু ধাৰাবাহিক বাণী ৰাণীত অভিনেত্ৰী হিচাপে কাম কৰিছিল।
-
মেধা ৰঘুনাথ
মেধা ৰঘুনাথ (ইংৰাজী: Medha Raghunath) চেন্নাইৰ এগৰাকী প্ৰাক্তন ভাৰতীয় মডেল, ভিডিঅ’ জকী আৰু চচিয়েল গৰাকী। তেওঁ সুন্দৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আৰু মডেল হিচাপে কাম কৰাৰ আগতে তামিল টেলিভিছন অনুষ্ঠানৰ আঁত ধৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।
-
শ্ৰুতি হৰিহৰ সুব্ৰমণিয়ান
শ্ৰুতি হৰিহৰ সুব্ৰমণিয়ান (ইংৰাজী:Sruti Harihara Subramanian) এগৰাকী পৰিচালক, উদ্যমী, থিয়েটাৰ অভিনেত্ৰী আৰু ২০০২ চনৰ প্ৰাক্তন মিছ চেন্নাই। শিল্পী কৃষাণ খান্নাৰ ওপৰত নিৰ্মিত তেওঁৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ তথ্যচিত্ৰ এ ফাৰ আফটাৰনুন-এ দুটাকৈ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল: ৬৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ…
-
সংযুক্তা (অভিনেত্ৰী)
সংযুক্তা (Samyuktha; জন্ম: ১১ ছেপ্টেম্বৰ ১৯৯৫; পূৰ্বতে সংযুক্তা মেনন) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ মালয়ালম আৰু তেলুগু চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ কেৰালা ফিল্ম ক্ৰিটিকছ এছ’চিয়েচন বঁটা আৰু সন্তোষম ফিল্ম বঁটাকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে।
-
সাহিত্য জগন্নাথন
সাহিত্য জগন্নাথন (ইংৰাজী: Sahithya Jagannathan) এগৰাকী ভাৰতীয় ক্ৰীড়া ঘোষিকা, ভিজে, স্তম্ভলেখক, মডেল, অভিনেত্ৰী আৰু ২০০৯ চনৰ মিছ চেন্নাই প্ৰতিযোগিতাৰ বিজয়ী।
-
ৰম্য সুব্ৰমণিয়াম
ৰম্য সুব্ৰমণিয়াম (ইংৰাজী: Ramya Subramanian; জন্ম: ৩০ জুলাই), যাক ভিজে ৰম্য নামেৰেও জনা যায়, এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু টেলিভিছন ঘোষিকা। তেওঁ মূলতঃ তামিল চলচ্চিত্ৰ উদ্যোগত কৰ্মৰত।