চিৰাং জিলা
১২ প্ৰবন্ধ
-
চিৰাং জিলা
চিৰাং জিলা অসমৰ পশ্চিম প্ৰান্তৰ এখন প্ৰশাসনিক জিলা, যি বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদৰ অধীনত পৰিচালিত। ২০০৪ চনত গঠন হোৱা এই জিলাৰ কিছুমান অংশত মানস ৰাষ্ট্ৰীয় উদ্যান বিস্তৃত হৈ থকাৰ বাবে ই প্ৰাকৃতিক ঐতিহ্য আৰু আঞ্চলিক শাসনব্যৱস্থাৰ দিশত উল্লেখযোগ্য।
-
বিজনী
বিজনী(Bijni) অসমৰ চিৰাং জিলা ত অৱস্থিত এখন চহৰ৷
-
বঙাইগাঁও তেল শোধনাগাৰ
বঙাইগাঁও তেল শোধনাগাৰ (Bongaigaon Refinery) অসমৰ চিৰাং জিলাৰ (আগৰ বঙাইগাঁও জিলাৰ) ঢালিগাঁৱত অৱস্থিত এখন খাৰুৱা তেলৰ শোধনাগাৰ আৰু পেট্ৰ'ৰাসায়নিক শাখা। অসমত উৎপাদিত খাৰুৱা তেল বিহাৰৰ বাৰাউনী শোধন কৰিবলৈ শোধনাগাৰ স্থাপন কৰা প্ৰতিবাদত অসমবাসীয়ে আন্দোলন কৰি অসমৰ তৃতীয়টো শোধনাগাৰ বঙাইগাঁৱত পাবলৈ সক্ষম…
-
চিদলী-চিৰাং বিধানসভা সমষ্টি
চিদলী-চিৰাং বিধানসভা সমষ্টি ( Sidli–Chirang Assembly constituency) উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ অন্যতম। ২০২৩ চনৰ ভাৰতীয় নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ অধীনত এই সমষ্টিটো নতুনকৈ ১৯ নম্বৰ বিধানসভা সমষ্টি হিচাপে গঠন কৰা হয়।
-
বিজনী বিধানসভা সমষ্টি
বিজনী বিধানসভা সমষ্টি ভাৰতৰ উত্তৰ-পূব প্ৰান্তৰ অসম ৰাজ্যৰ ১২৬খন একক প্ৰতিনিধিত্বমূলক বিধানসভা সমষ্টিৰ অন্যতম। ই কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৯টা বিধানসভা খণ্ডৰ ভিতৰত এটা। ১৯৫১ চনত এই সমষ্টিটো প্ৰতিষ্ঠা কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া অনুসৰি এই সমষ্টিটো পুনৰ গঠন কৰা হয়।
-
বাসুগাঁও
বাসুগাঁও (Basugaon, (IPA:ˈbɑːsʊˌgɑ̃ʊ)) অসমৰ চিৰাং জিলাত অৱস্থিত এখন নগৰ৷
-
অবিভক্ত গোৱালপাৰা জিলা
অবিভক্ত গোৱালপাৰা জিলা (পূৰ্বতে: উত্তৰ-পূব ৰংপুৰ জিলা) বৰ্তমান ভাৰতৰ অসম ৰাজ্যৰ এখন পুৰণি জিলা। ব্ৰিটিছ ঔপনিৱেশিক অসমৰ শাসকসকলে ইয়াক ব্ৰিটিছ শাসিত বংগৰ বৃহত্তৰ ৰংপুৰ জিলাৰ পৰা পৃথক কৰি অসমৰ লগত সংযুক্ত কৰি এই জিলাখন গঠন কৰিছিল।
-
কালামাটি
কালামাটি উত্তৰ অসমৰ চিৰাং জিলাৰ ভাৰত আৰু ভূটান সীমান্তত অৱস্থিত এখন জনপ্ৰিয় পৰ্যটকস্থলী।
-
গৌৰাং
গৌৰাং (ইংৰাজী: Gwrang) হৈছে ৯৮ কিলোমিটাৰ দীঘল এখন নদী, যিখন ভূটানত উৎপত্তিলাভ কৰি দক্ষিণলৈ ভাৰত অভিমুখে বৈ আহিছে। এই নদীখনে প্ৰথমে অসমৰ চিৰাং জিলাত প্ৰৱেশ কৰে, য’ত ইয়াৰ নাম স্বৰ্মাঙ্গা (Swrmanga) হয়।
-
ঢালিগাঁও
ঢালিগাঁও অসমৰ বঙাইগাঁও আৰু চিৰাং জিলাৰ মাজত অৱস্থিত এখন টাউনশ্বিপ।বঙাইগাঁও শোধনাগাৰ আৰু পেট্ৰ'কেমিকেলছ লিমিটেড শোধনাগাৰখন এই অঞ্চলত অৱস্থিত।
-
দৈজিং উৎসৱ
দৈজিং উৎসৱ (Dwijing Festival) বা আই নদী উৎসৱ হৈছে চিৰাং জিলাৰ আই নদীৰ পাৰত হাগ্ৰামা দলঙৰ কাষত অনুষ্ঠিত এক বাৰ্ষিক নদী উৎসৱ। উৎসৱটো প্ৰতিবছৰে ১২ দিন ধৰি (২৭ ডিচেম্বৰৰ পৰা ৭ জানুৱাৰীলৈকে) উদ্যাপন কৰা হয়।
-
পাটাবাৰী
পাটাবাৰী, যাক সাধাৰণতে পাটাবাৰী দ্বীপ বা পাটাবাৰী গাঁও বুলি জনা যায়, ভাৰতৰ অসম ৰাজ্যৰ চিৰাং জিলাৰ বেংতল মহকুমাৰ অন্তৰ্গত এখন গাঁও। পাটাবাৰীৰ জিলা আৰু মহকুমা সদৰ স্থানসমূহ ক্ৰমে কাজলগাঁও আৰু বেংতল। ইয়াৰ নিকটৱৰ্তী চহৰখন হৈছে বঙাইগাঁও, যি পাটাবাৰীৰপৰা প্ৰায় ৩৭ কিলোমিটাৰ নিলগত অৱস্থিত।