গৌৰাং (ইংৰাজী ভাষা: Gwrang)১২ হৈছে ৯৮ কিলোমিটাৰ দীঘল এখন নদী, যিখন ভূটানত উৎপত্তিলাভ কৰি দক্ষিণলৈ ভাৰত অভিমুখে বৈ আহিছে। এই নদীখনে প্ৰথমে অসমৰ চিৰাং জিলাত প্ৰৱেশ কৰে, য’ত ইয়াৰ নাম স্বৰ্মাঙ্গা (Swrmanga) হয়। ইয়াৰ পিছত নদীখন পশ্চিমলৈ কোকৰাঝাৰ জিলাৰ মাজেৰে বৈ গৈ পুনৰ দক্ষিণলৈ গতি কৰে আৰু ধুবুৰী জিলাত ব্ৰহ্মপুত্ৰ নদৰ সোঁপাৰত মিলি সমাপ্ত হয়।৩৪
আৰু চাওক
তথ্যসূত্ৰ
- ↑ Kokrajhar district. www.assaminfo.com
- ↑ (2 October 2020). Three Students drown again in Kokrajhar's Gaurang River
- ↑ Borah, Pranjal. Principal Rivers in Assam. Assam Online Portal
- ↑ (2012-08-01). Gwrang — river of life and death. Hindustan Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৌৰাং” প্ৰবন্ধৰ সংশোধন ৬২৬২৪৪ (১১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।