অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

পাটাবাৰী

পাটাবাৰী, যাক সাধাৰণতে পাটাবাৰী দ্বীপ বা পাটাবাৰী গাঁও বুলি জনা যায়, ভাৰতৰ অসম ৰাজ্যৰ চিৰাং জিলাৰ বেংতল মহকুমাৰ অন্তৰ্গত এখন গাঁও। পাটাবাৰীৰ জিলা আৰু মহকুমা সদৰ স্থানসমূহ ক্ৰমে কাজলগাঁও আৰু বেংতল। ইয়াৰ নিকটৱৰ্তী চহৰখন হৈছে বঙাইগাঁও, যি পাটাবাৰীৰপৰা প্ৰায় ৩৭ কিলোমিটাৰ নিলগত অৱস্থিত।

হালনাগাদ: ৩০ আগষ্ট ২০২৬ ১৪৪ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

পাটাবাৰী, যাক সাধাৰণতে পাটাবাৰী দ্বীপ বা পাটাবাৰী গাঁও বুলি জনা যায়, ভাৰতৰ অসম ৰাজ্যৰ চিৰাং জিলাৰ বেংতল মহকুমাৰ অন্তৰ্গত এখন গাঁও।১ পাটাবাৰীৰ জিলা আৰু মহকুমা সদৰ স্থানসমূহ ক্ৰমে কাজলগাঁও আৰু বেংতল।২ ইয়াৰ নিকটৱৰ্তী চহৰখন হৈছে বঙাইগাঁও, যি পাটাবাৰীৰপৰা প্ৰায় ৩৭ কিলোমিটাৰ নিলগত অৱস্থিত।৩৪

জনসংখ্যা আৰু লোকপিয়ল

২০১১ চনৰ লোকপিয়ল অনুসৰি পাটাবাৰীৰ ০ ৰপৰা ৬ বছৰ বয়সৰ শিশুৰ সংখ্যা আছিল ১৮৫ জন, যি মুঠ জনসংখ্যাৰ ১৬.১১%। গাঁওখনৰ গড় লিংগ অনুপাত ৯৬৯, যি অসম ৰাজ্যৰ গড় লিংগ অনুপাত (৯৫৮) তকৈ বেছি। লোকপিয়লৰ তথ্য অনুসৰি, পাটাবাৰীৰ শিশু-মহিলা অনুপাত ৭৭৯, যি অসমৰ গড় অনুপাত (৯৬২) তকৈ কম।

অসমৰ অন্যান্য প্ৰান্তৰ তুলনাত পাটাবাৰী গাঁৱৰ সাক্ষৰতাৰ হাৰ কিছু কম। ২০১১ চনৰ তথ্য অনুসৰি পাটাবাৰীৰ সাক্ষৰতাৰ হাৰ আছিল ৫৪.৬২%, য’ত অসমৰ গড় সাক্ষৰতাৰ হাৰ আছিল ৭২.১৯%। ইয়াৰ ভিতৰত পুৰুষৰ সাক্ষৰতাৰ হাৰ ৫৯.৫০% আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ৪৯.৭৯%।৫

শিক্ষানুষ্ঠানসমূহ

  • ৰেভাৰেণ্ড ৰিকুম মেমৰিয়েল ইংলিছ স্কুল
  • পাটাবাৰী হাই এণ্ড এম. ই. স্কুল
  • ঔগুৰী হাই এণ্ড এম. ই. স্কুল

তথ্যসূত্ৰ

  1. ↑ Patabari Pin Code
  2. ↑ PUB PATABARI Village PATABARI Panchayat SIDLI CHIRANG Block Chirang, Assam
  3. ↑ Patabari
  4. ↑ Patabari-I, Bengtol, Chirang, Assam, India
  5. ↑ Patabari F.V. Population - Bongaigaon, Assam

সম্পৰ্কিত শ্ৰেণী

চিৰাং জিলাঅসমৰ গাঁও

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাটাবাৰী” প্ৰবন্ধৰ সংশোধন ৬৩৩৫২৫ (৩০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।