ঢালিগাঁও অসমৰ বঙাইগাঁও আৰু চিৰাং জিলাৰ মাজত অৱস্থিত এখন টাউনশ্বিপ।১বঙাইগাঁও শোধনাগাৰ আৰু পেট্ৰ'কেমিকেলছ লিমিটেড শোধনাগাৰখন এই অঞ্চলত অৱস্থিত।
তথ্যসূত্ৰ
- ↑ (2025). Dhaligaon Population - Bongaigaon, Assam. census2011.co.in. Census Organization of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঢালিগাঁও” প্ৰবন্ধৰ সংশোধন ৫৬২৪৫১ (১০ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।