ইতিহাসৰ আজিৰ দিনত
২৮ আগষ্ট
ঘটনাৱলী
- ১৬০৯ইংৰাজ অভিযাত্ৰী হেনৰী হাডছনে ডেলাৱেৰ বে' আৱিষ্কাৰ কৰিছিল।
- ১৭৮৯ৱিলিয়াম হাৰ্ছেলৰ দ্বাৰা শনি গ্ৰহৰ ষষ্ঠটো উপগ্ৰহ এনেচলাডুছ (Enceladus) আৱিষ্কাৰ হয়।
- ১৮৩৩ব্ৰিটেইনৰ সংসদত ব্ৰিটিছ ঔপনিবেশিক অঞ্চলত দাস প্ৰথা বিলুপ্তি কৰিবলৈ আইন গৃহীত হয়।
- ১৯০৪কলকাতা আৰু বেৰেকপুৰৰ মাজত ভাৰতৰ প্ৰথম কাৰ ৰেলী অনুষ্ঠিত হয়।
- ১৯১১এলমাৰ এ স্পেৰিৰ দ্বাৰা জাইৰ’ কম্পাছ নিৰ্মাণ হয়।
- ১৯৭২ভাৰতৰ সাধাৰণ বীমা ৰাষ্ট্ৰীয়কৰণ কৰা হয়।
- ১৯৯০কুৱেইটক ইৰাকৰ ১৯তম প্ৰদেশ ৰূপে ঘোষণা কৰা হয়।
- ২০০২অসমৰ ৰাজ্যপাল ৰূপে দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাজ্যপাল এছ. কে. সিনহাক মনোনীত কৰা হয়।
- ২০০২দেশৰ ভিতৰতে প্ৰথমটো বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰ অসমৰ কাজিৰঙাত স্থাপন কৰা হয়।
জন্ম
- ১৭৪৯জ'হান ৱল্ফগাং ভন গ'থে (ইং:Johann Wolfgang von Goethe ), জাৰ্মান সাহিত্যিক।
- ১৮৫৫স্বৰ্ণকুমাৰী দেৱী, ভাৰতৰ বাংলা কবি, ঔপন্যাসিকা, সংগীতজ্ঞ আৰু সমাজকৰ্মী৷
- ১৮৯৬ফিৰাক গোৰখপুৰী, উৰ্দু কবি।
- ১৯১১বীণা দাস, ভাৰতীয় জাতীয়তাবাদী বিপ্লৱী নেতা।
- ১৯২৮এম জি কে মেনন, ভাৰতীয় পদাৰ্থ বিজ্ঞানী আৰু মহাকাশ অনুসন্ধান সংগঠনৰ ভূতপূৰ্ব অধ্যক্ষ।
- ১৯২৮বিলায়ত খান (খাঁ), ভাৰতৰ প্ৰসিদ্ধ চেতাৰবাদক।
- ১৯৫২জগদীশ সিং খেহৰ, ভাৰতৰ ৪৪তম মুখ্য ন্যায়াধীশ।
- ১৯৬১দীপক তিজুৰী, বলীউডৰ অভিনেতা।
- ১৯৬৯শ্বেৰিল কাৰা ছেণ্ডবাৰ্গ, আমেৰিকান ব্যৱসায়িক কাৰ্যবাহী, বিলিয়নাৰ আৰু সমাজসেৱক।
- ১৯৮৩লাচিথ মালিংগা, শ্ৰীলংকাৰ জনপ্ৰিয় ক্ৰিকেট খেলুৱৈ।
- ১৯৯৬আঁচল ঠাকুৰ, ভাৰতীয় মহিলা আলপাইন স্কিয়াৰ।
- ১৯৯৯জিতুমণি কলিতা, অসমৰ এজন নৃত্যশিল্পী। জি. টিভি. (Zee TV)ৰ ৰিয়েলিটী শ্ব’ ডান্স ইণ্ডিয়া ডান্স লিটল মাষ্টাৰছ, (Dance India Dance Li'l Masters) ২০১০ বৰ্ষৰ চূড়ান্ত বিজয়ী আছিল।
মৃত্যু
- ৪৩০চেইণ্ট আগাষ্টিন বা আগাষ্টিন অৱ হিপ্প', নামিবিয়াৰ দাৰ্শনিক।
- ১৬৬৭জয় সিংহ - প্ৰথম, অম্বৰৰ ৰজা (মিৰ্জা ৰজা) তথা মোগল সেনাপতি আছিল।
- ১৮৩৯ৱিলিয়াম স্মিথ, ইংৰাজ ভূ-তত্ত্ববিদ।
- ১৮৬৩আইলহাৰ্ড মিটছাৰলিক (Eilhard Mitscherlich), জাৰ্মান ৰসায়ন বিজ্ঞনী।
- ২০২০চেডৱিক ব'ছমেন, হলীউডৰ অভিনেতা।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ