ইতিহাসৰ আজিৰ দিনত
১৮ জুলাই
ঘটনাৱলী
- ১৯৪৭ভাৰতৰ স্বাধীনতা আইন ১৯৪৭ক (ইংঃ The India Independence Act 1947) বৃটেইনৰ সংসদত ৰাজকীয় স্বীকৃতি দিয়া হৈছিল আৰু বলৱৎ হৈছিল।
- ১৯৮০এ এছ এল ভি-৩ (ইঃ ASLV-3) যানখনেৰে ভাৰতত তৈয়াৰী প্ৰথম কৃত্ৰিম উপগ্ৰহটো উৎক্ষেপন কৰা হৈছিল।
- ১৯৮০ভাৰতত প্ৰথম ৰঙীন দূৰদৰ্শনৰ কাৰ্যসূচী সম্প্ৰচাৰ কৰা হৈছিল।
- ২০০২ড॰ এ পি জে আব্দুল কালাম ভাৰতবৰ্ষৰ দ্বাদশগৰাকী ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হয়।
- ২০০৪তামিলনাডুৰ কুম্বাকোনত এখন বিদ্যালয়ত জুই লাগি ৯০জন শিশু শিক্ষাৰ্থীৰ মৃত্যু হৈছিল।
- ২০০৫ৰাহুল দ্ৰাবিড় ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হিচাবে নিৰ্বাচিত হয়।
- ২০০৮জুনিয়ৰ এছিয়া কাপ হকীত ভাৰত চেম্পিয়ন হৈছিল।
জন্ম
- ১০৭২কে এছ সৌম্যা, ভাৰতীয় অভিনেত্ৰী।
- ১৮৬১কাদম্বিনী গাংগুলী, ভাৰতীয় চিকিৎসক।
- ১৯০৯বিষ্ণু দে, ভাৰতীয় কবি, লেখক আৰু চলচিত্ৰ সমালোচক।
- ১৯১৮নেলছন মেণ্ডেলা, দক্ষিণ আফ্ৰিকাৰ এগৰাকী বিখ্যাত ব্যক্তি।
- ১৯২১জন গ্লেন, আমেৰিকান মহাকাশচাৰী।
- ১৯৮২প্ৰিয়ংকা চোপ্ৰা, ভাৰতীয় অভিনেত্ৰী। তামিল ছবি থামিজানেৰে ছবিজগতত পদাৰ্পন কৰে আৰু "দা হিৰো"ৰ জৰিয়তে বলীউডত অভিষেক ঘটে।
- ১৯৮৯ভূমি পেডনেকাৰ, ভাৰতীয় অভিনেত্ৰী।
- ১৯৯৪আশীষ কুমাৰ চৌধুৰী, ভাৰতীয় বক্সাৰ।
- ১৯৯৬স্মৃতি মান্ধনা, ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈ।
মৃত্যু
- ৭১৫মহম্মদ বিন কাচিম, সিন্ধু বিজয়ী আৰৱৰ সেনাপতি। (জঃ ৬৯৫)
- ১৮১৭জে'ন অ'ষ্টিন, ইংৰাজ ঔপন্যাসিকা, প্ৰাইড এণ্ড প্ৰিজুডাছৰ লেখিকা।
- ১৯৯৪মুনিছ ৰাজা, ভাৰতীয় শিক্ষাবিদ, দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য।
- ২০২২ভূপিন্দৰ সিং, ভাৰতীয় সংগীত-শিল্পী, গজল গায়ক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ