অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

১৯ জুলাই

জন্ম

মৃত্যু

  • ১৮২৪আগাষ্টিন দে ইটুৰবিডে বা মেক্সিকোৰ আগাষ্টিন, মেক্সিকোৰ সেনাপতি আৰু ৰাজনেতা। (জঃ ১৭৮৩)
  • ১৯৪৭অং চান, ম্যানমাৰৰ স্বাধীনতা সংগ্ৰামৰ প্ৰধান নেতা। (জঃ ১৯১৫)
  • ১৯৬৫চিংগমেন ৰী, দক্ষিণ কোৰিয়াৰ প্ৰথম ৰাষ্ট্ৰপতি। (জঃ ২৬/০৩/১৮৭৫)
  • ২০১২হুমায়ূন আহমেদ, বাংলাদেশী জনপ্ৰিয় লেখক, নাট্যকাৰ আৰু চলচ্চিত্ৰ পৰিচালক। (জন্মঃ ১৯৪৮)

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ