অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

১৬ মে’

ঘটনাৱলী

  • ১৯১১কলিকতাত এছিয়াৰ বৃহত্তম জলাধাৰ ‘টালা টেংক’ নিৰ্মাণৰ কাম সম্পূৰ্ণ হয়।
  • ১৯২৯অস্কাৰ বঁটা প্ৰদান সমাৰোহ অনুষ্ঠিত হয়।
  • ১৯৭৫ছিক্কিমক ভাৰতৰ অংগৰাজ্য ৰূপে স্বীকৃতি প্ৰদান কৰে।
  • ১৯৯১ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী মোৰাৰজী দেশাইলৈ পাকিস্তানৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘নিশান-ই-পাকিস্তান’ বুলি ঘোষণা কৰে পাক প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে।
  • ১৯৯৭ভাৰতৰ ৬-১০ শিশুৰ বাবে বাধ্যতামূলক বিনামূলীয়া শিক্ষা মৌলিক অধিকাৰৰ অন্তৰ্ভুক্ত কৰা হয়।
  • ১৯৯৯কুৱেইটত মহিলাৰ বাবে প্ৰথম ভোটাধিকাৰ সাব্যস্ত হয়।

জন্ম

  • ১৯০৩ভীমবৰ দেউৰী, অসমীয়া জননেতা আৰু আইনজ্ঞ।
  • ১৯০৫হেনৰী ফণ্ডা, আমেৰিকান অভিনেতা।
  • ১৯৩১কে. নটৱৰ সিং, ভাৰতীয় ৰাজনীতিবিদ।
  • ১৯৩৭ৰবাৰ্ট বি. ৱিলচন, আমেৰিকান অৰ্থনীতিবিদ।
  • ১৯৫৩মিত্ৰা ফুকন, ভাৰতীয় লেখিকা, অনুবাদক আৰু স্তম্ভলেখক।

মৃত্যু

  • ১৮৩০জোছেফ ফুৰিয়ে, ফৰাছী গণিতজ্ঞ।
  • ১৯৯৪ফণী মজুমদাৰ, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক।
  • ২০২১এম. এছ. নৰসিংহন, ভাৰতীয় গণিতজ্ঞ।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ