ইতিহাসৰ আজিৰ দিনত
১৭ মে’
ঘটনাৱলী
- ১৫৪০শ্বেৰশ্বাহে কনৌজৰ যুদ্ধত হুমায়ুনক পৰাজিত কৰে।
- ১৯৯৬সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসক ৩৫ বছৰ বয়সত গুৱাহাটীৰ ৰাজপথত অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল।
- ২০০১তৰুণ গগৈয়ে অসমৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।
জন্ম
- ১৭৪৯এডৱাৰ্ড জেনাৰ, ইংৰাজ চিকিৎসক আৰু বিজ্ঞানী, বৰআই ছিটা আৱিষ্কাৰৰ বাটকটীয়া। (মৃত্যু: ২৬/০১/১৮২৩)
- ১৯৩০কুমুদিনী লাখিয়া, ভাৰতীয় নৃত্যশিল্পী আৰু নৃত্য নিৰ্দেশক।
- ১৯৪০এলেন কে, আমেৰিকান কম্পিউটাৰ বিজ্ঞানী।
- ১৯৫৪বি. এছ. চন্দ্ৰশেখৰ, ভাৰতীয় ক্ৰিকেটাৰ।
- ১৯৬৯মহাদেৱ ডেকা, অসমীয়া শৰীৰচৰ্চাবিদ।
- ১৯৮৫নুশ্ৰট ভাৰুচ্চা, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
- ১৮৭০ৰাধানাথ শিকদাৰ, ভাৰতীয় গণিতজ্ঞ, মাউন্ট এভাৰেষ্টৰ প্ৰথম উচ্চতা নিৰূপণকাৰী আৰু আৱিষ্কাৰক।(জন্মঃ ১৮১৩)
- ১৯৯৬পৰাগ কুমাৰ দাস, অসমীয়া সাংবাদিক, মানৱ অধিকাৰ কৰ্মী।
- ২০২৪থানেশ্বৰ বড়ো, অগপৰ প্ৰথম কাৰ্যকালত ৰাজহ মন্ত্ৰী আৰু পৰৱৰ্তী পৰ্যায়ত শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ। হৃদৰোগত আক্ৰান্ত হৈ দেহাৱসান।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ