অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

১৫ মে’

ঘটনাৱলী

  • ১৭৭৬প্ৰথম বাষ্প চালিত বা ভাপ ইঞ্জিন চালিত জাহাজ বনোৱা হৈছিল।

জন্ম

  • ১৮১৭দেৱেন্দ্ৰনাথ ঠাকুৰ, ভাৰতীয় দাৰ্শনিক আৰু লেখক।
  • ১৮৯৩লক্ষ্মীনাথ দাস, অসমীয়া বিজ্ঞানী, উদ্যোগী, উদ্ভাৱক আৰু অধ্যাপক।
  • ১৯০৭সুখদেৱ থাপাৰ, ভাৰতীয় মুক্তিযোদ্ধা। (মৃত্য়ুঃ ১৯৩১)
  • ১৯৬৭মাধুৰী দীক্ষিত, ভাৰতীয় বোলছবি অভিনেত্ৰী।
  • ১৯৮৫তথাগত মুখোপাধ্যায়, ভাৰতীয় অভিনেতা।
  • ২০০৩প্ৰবীণ কুমাৰ, ভাৰতীয় পেৰা হাই জাম্প এথলীট।

মৃত্যু

  • ১৮৮৬এমিলী ডিকিনছন্, মাৰ্কিন কবি।
  • ২০০৩ইলোৰা ৰায়চৌধুৰী, ভাৰতীয় সমাজকৰ্মী। মৰণোত্তৰভাৱে নেত্ৰদান আৰু দেহদান কৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ