ইতিহাসৰ আজিৰ দিনত
২৮ এপ্ৰিল
ঘটনাৱলী
- ১৯৩৬ওড়িয়া ভাষাৰ প্ৰথম কথাছবি সীতা বিবাহ পুৰীৰ লক্ষ্মী চিনেমা হলত মুক্তি লাভ কৰিছিল।
জন্ম
- ১৯১১লী ফক্, আমেৰিকান কাৰ্টুনিষ্ট, লেখক।
- ১৯২৯ভানু আথাইয়া, ভাৰতীয় কষ্টিউম ডিজাইনাৰ।
- ১৯৪৭হুমায়ুন আজাদ, বাংলাদেশী লেখক।
- ১৯৮২কোয়েল মল্লিক, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী।
- ১৯৮৭সামান্থা ৰুথ প্ৰভু, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
- ১৮৮৩জন ৰাছেল, ইংৰাজ চিকাৰী।
- ১৯৪৫বেনিতো মুছোলিনি, দ্বিতীয় মহাযুদ্ধৰ সময়ত ইটালীৰ সৰ্বাধিনায়ক। (জন্ম: ১৮৮৩)
- ২০২১মাইকেল কলিন্স, আমেৰিকান মহাকাশচাৰী।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ