ইতিহাসৰ আজিৰ দিনত
২৬ এপ্ৰিল
ঘটনাৱলী
- ১৫৬৪ইংৰাজ কবি আৰু নাট্যকাৰ ৱিলিয়াম শ্বেইক্সপিয়াৰক দীক্ষিতকৰণ কৰা হৈছিল।
জন্ম
- ১৯২১নিবাৰণ বৰা, ভাৰতীয় ৰাজনীতিবিদ তথা লেখক।
- ১৯৩২মাইকেল স্মিথ, এজন ব্ৰিটিছ বংশোদ্ভৱ কানাডিয়ান জৈৱ ৰসায়নবিদ আৰু ব্যৱসায়ী।
- ১৯৩৭ষ্টেন স্বামী, ভাৰতীয় ৰোমান কেথলিক ধৰ্মযাজক।
- ১৯৭০সাৰন্য পোনভান্নন, দক্ষিণ ভাৰতীয় অভিনেত্ৰী।
- ১৯৮৮ৰুটজাৰ ব্ৰেগমেন, নেডাৰলেণ্ডৰ ইতিহাসবিদ আৰু লেখক।
মৃত্যু
- ১৫৮৯তানসেন, ভাৰতীয় সংগীতজ্ঞ।
- ১৯২০শ্ৰীনিবাস ৰামানুজন, ভাৰতীয় গণিতজ্ঞ। (জন্ম: ১৮৮৭)
- ২০২১পাৰুল দেৱী দাস, অসমৰ প্ৰথমগৰাকী মহিলা আই এ এছ বিষয়া।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ