ইতিহাসৰ আজিৰ দিনত
২৭ এপ্ৰিল
ঘটনাৱলী
- ১৫২৭বাবৰক দিল্লীৰ সম্ৰাট ঘোষণা কৰা হয়।
- ১৮৬১আমেৰিকাৰ ৰাষ্ট্ৰপতি লিংকনে জেনেৰেল উইনফিল্ড স্কটক আদেশ জাৰি কৰি ফিলাডেলফিয়া আৰু ৱাশ্বিংটনৰ মাজৰ ৰিট অৱ হেবিয়াছ কৰ্পাছ যিকোনো সামৰিক লাইনত বা তাৰ ওচৰত স্থগিত ৰাখিবলৈ অনুমোদন জনায়।
- ১৯৩৪ভাৰতীয় বিজ্ঞান একাডেমী প্ৰতিষ্ঠা কৰা হয়।
- ১৯৬১নাছাই গামা ৰশ্মিৰ অধ্যয়নৰ বাবে এক্সপ্ল’ৰাৰ ১১ক পৃথিৱীৰ কক্ষপথত উৎক্ষেপণ কৰে।
- ১৯৮৬প্ৰণৱ মুখাৰ্জীক কংগ্ৰেছৰপৰা ৬ বছৰৰ বাবে বহিষ্কাৰ কৰা হয়।
- ১৯৯৩ৰাষ্ট্ৰীয় মহিলা পুঁজি গঠন কৰা হয়।
- ১৯৯৪দক্ষিণ আফ্ৰিকাৰ স্বাধীনতা দিৱস।
জন্ম
- ১৫৯৩মুমতাজ মহল, ১৬২৮ চনৰ ১৯ জানুৱাৰীৰপৰা ১৬৩১ চনৰ ১৭ জুনলৈকে মোগল সম্ৰাট শ্বাহজাহানৰ পত্নী হিচাপে মোগল সাম্ৰাজ্যৰ ৰাণী।
- ১৯১২জোহৰা ছেহগল, ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী।
- ১৯১৩ফিলিপ এবেলছন, এজন আমেৰিকান পদাৰ্থবিজ্ঞানী, বৈজ্ঞানিক সম্পাদক আৰু বিজ্ঞান লেখক।
- ১৯২০মণিভাই ভীমভাই দেশাই, এজন ভাৰতীয় সমাজ কৰ্মী আৰু মহাত্মা গান্ধীৰ সহযোগী আছিল।
- ১৯২৯জয়দেৱ দেশাই, এজন ভাৰতীয় যোগ গুৰু, গৱেষক, লেখক, শিক্ষাবিদ, আৰু দ্য যোগ ইনষ্টিটিউটৰ সভাপতি।
- ১৯৪৬প্ৰসন্ন কুমাৰ পটাছানী, এগৰাকী ভাৰতীয় অধিবক্তা, দাৰ্শনিক, কবি, আৰু লোকসভাৰ প্ৰাক্তন সদস্য।
- ১৯৪৮হৰিশ ৰাৱাট, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতা। ২০১৪ চনৰপৰা ২০১৭ চনলৈ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে থকা ভাৰতীয় ৰাজনীতিবিদ।
- ১৯৭৬ফৈজল ছৈফ, এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, আৰু চলচ্চিত্ৰ সমালোচক
- ১৯৮৩ক'কে, স্পেইনৰ পেছাদাৰী ফুটবল খেলুৱৈ।
মৃত্যু
- ১৯৩০টি.কে. মাধৱন, এজন ভাৰতীয় সমাজ সংস্কাৰক, আৰু সাংবাদিক আছিল।
- ১৯৬০ৰাজশেখৰ বসু, এজন বঙালী লেখক, ৰসায়নবিদ, আৰু অভিধানকাৰ। ১৯৫৬ চনত পদ্মভূষণ বঁটা লাভ কৰে।
- ২০০৯ফিৰোজ খান, ভাৰতীয় অভিনেতা।
- ২০০৯জিয়াউৰ ৰহমান, ভাৰতীয় চিকাৰী।
- ২০১৭দিলীপ কুমাৰ বৰুৱা, শিক্ষাবিদ, লেখক আৰু অৰ্থনীতিবিদ।
- ২০১৭বিনোদ খান্না, ভাৰতীয় অভিনেতা।
- ২০২১মনোজ দাস, ভাৰতীয় লেখক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ