অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

উৰ্বশী ৰৌতেলা

উৰ্বশী ৰৌতেলা (জন্ম:২৫ ফেব্ৰুৱাৰী, ১৯৯৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী তথা মডেল। তেওঁ হিন্দী চলচ্চিত্ৰতো অভিনয় কৰিছে।মিছ ডিভা ইউনিভাৰ্চ,২০১৫ৰ ৰৌতেলাই বিজয়ী মুকুট পৰিধান কৰিবলৈ সক্ষম হোৱাৰ লগতে তেওঁ মিছ ইউনিভাৰ্ছ,২০১৫ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

হালনাগাদ: ১০ ডিচেম্বৰ ২০২৪ ১০১ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

উৰ্বশী ৰৌতেলা (জন্ম:২৫ ফেব্ৰুৱাৰী, ১৯৯৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী তথা মডেল। তেওঁ হিন্দী চলচ্চিত্ৰতো অভিনয় কৰিছে।১মিছ ডিভা ইউনিভাৰ্চ,২০১৫ৰ ৰৌতেলাই বিজয়ী মুকুট পৰিধান কৰিবলৈ সক্ষম হোৱাৰ লগতে তেওঁ মিছ ইউনিভাৰ্ছ,২০১৫ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

সিং ছাব দ্য গ্ৰেট (২০১৩) ছবিৰে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰি মি.এৰাৱেতা (২০১৫),চনম ৰে (২০১৬), গ্ৰেট গ্ৰেণ্ড মাস্তি (২০১৬), হেট ষ্ট'ৰী ৪ (২০১৮),পাগলপন্টি (২০১৯) আদি ছবিত উৰ্বশী ৰৌতেলাই অভিনয় কৰিছে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

উৰ্বশী ৰৌতেলাৰ জন্ম হয় হৰিদ্বাৰত২ ১৯৯৪ চনৰ ২৫ ফেব্ৰুৱাৰী তাৰিখে।৩ ৰৌতেলাৰ মাতৃ আৰু পিতৃৰ নাম ক্ৰমে মীৰা ৰৌতেলা আৰু মনোৱাৰ সিং ৰৌতেলা। তেওঁলোক গাৰোৱালী ৰাজপুত পৰিয়ালৰ আছিল।৪৫

উৰ্বশী ৰৌতেলাৰ গৃহ চহৰ কোটদ্বাৰত।৬ উৰ্বশী ৰৌতেলা দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত গাৰ্গী মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী।৭

তথ্যসূত্ৰ

  1. ↑ Urvashi Rautela gets a lucky charm from Lara! – Beauty Pageants – Indiatimes. Femina Miss India
  2. ↑ (14 December 2015). Meet Urvashi Rautela, Miss India Universe 2015. Rediff
  3. ↑ Indo-Asian News Service. (25 February 2019). Urvashi Rautela posts 25th birthday selfie with Justin Bieber and Hailey Baldwin: I am about to faint. India Today
  4. ↑ (31 July 2020). Did you know that Urvashi Rautela hails from the royal family of Garhwal, Uttarakhand?: Bollywood News - Bollywood Hungama. Bollywood Hungama
  5. ↑ (29 January 2018). Manushi Chillar And Urvashi Rautela Reacts To Swara Bhaskar's Open Letter. bollywoodtoday.in
  6. ↑ (27 October 2017). Urvashi visits hometown Kotdwar. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া. TNN
  7. ↑ (21 December 2016). Delhi University is the best and I'm lucky to be its alumna: Urvashi Rautela. Hindustan Times

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উৰ্বশী ৰৌতেলা” প্ৰবন্ধৰ সংশোধন ৪৫৩১১৫ (১০ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।