ইতিহাসৰ আজিৰ দিনত
৩১ ডিচেম্বৰ
ঘটনাৱলী
জন্ম
- ১৮৬৯হেনৰি মেটিশ্ব, ফৰাচী চিত্ৰশিল্পী।
- ১৮৯৯শ্ৰীকৃষ্ণ নাৰায়ণ ৰতনঝংকাৰ, হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ এজন বিশিষ্ট পণ্ডিত আৰু শিক্ষক।
- ১৯০৭আনন্দ চন্দ্ৰ বৰুৱা, অসমীয়া সাহিত্যিক। তেখেতক “বকুল বনৰ কবি” নামেৰে জনা যায়।
- ১৯২৩বলবীৰ সিং, ভাৰতীয় ফিল্ড হকী ক্ৰীড়াবিদ।
- ১৯২৫শ্ৰীলাল শুক্লা, হিন্দী ব্যংগ লেখক।
- ১৯৩৮বাসুদেৱ দাসগুপ্ত, ভাৰতীয় ছুটি গল্পকাৰ আৰু উপন্যাসিক।
- ১৯৭৯অংশু জামচেংপা, ভাৰতীয় পৰ্বতাৰোহী।
মৃত্যু
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ