অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

৩০ ডিচেম্বৰ

ঘটনাৱলী

  • ১৯০৬সৰ্বভাৰতীয় মুছলিম লীগ প্ৰতিষ্ঠা কৰা হয়।
  • ১৯২২ৰাছিয়াৰ নতুন নাম ছোভিয়েট যুক্তৰাষ্ট্ৰ হয়।

জন্ম

  • ১৮৬৫ৰুডিয়াৰ্ড কিপলিং, ন'বেল বঁটা বিজয়ী ভাৰতীয়-ইংৰাজ সাহিত্যিক।
  • ১৮৮৭কে এম মুন্সী, ভাৰতীয় বিদ্যাভৱনৰ প্ৰতিষ্ঠাতা।
  • ১৯১৬এস্থাৰ ভিক্টোৰিয়া আব্ৰাহাম, ভাৰতীয় মডেল, অভিনেত্ৰী, আৰু হিন্দী ছবি জগতৰ প্ৰথমগৰাকী মহিলা প্ৰযোজক।
  • ১৯৩০তু ইউইউ, চীনা চিকিৎসা বিজ্ঞানী, চিকিৎসা ৰসায়নবিদ আৰু প্ৰশিক্ষক।
  • ১৯৭৭লাইলা আলী, আমেৰিকান বক্সাৰ আৰু অভিনেত্ৰী।

মৃত্যু

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ