ইতিহাসৰ আজিৰ দিনত
২৯ ডিচেম্বৰ
ঘটনাৱলী
- ১৯৭২কলিকতাত মাটিৰ তলেৰে যোৱা ৰে’লপথ নিৰ্মাণ কৰা হয়।
জন্ম
- ১৮৫৬টিকেন্দ্ৰজিৎ সিং, স্বাধীন মণিপুৰ ৰাজপৰিয়ালৰ ৰাজকুমাৰ।
- ১৯১৭ৰামানন্দ সাগৰ, ভাৰতীয় ছবি নিৰ্দেশক আৰু ধাৰাবাহিক নিৰ্মাতা।
- ১৯২৬নৱকান্ত বৰুৱা, অসমীয়া কবি, শিশু সাহিত্যিক আৰু ঔপন্যাসিক।
- ১৯৭৩টুইংকল খান্না, ভাৰতীয় লেখক, বাতৰি কাকতৰ স্তম্ভলেখক, ইণ্টেৰিঅ'ৰ ডিজাইনাৰ, চলচ্চিত্ৰ প্ৰযোজক আৰু হিন্দী চলচ্চিত্ৰ অভিনেত্ৰী।
- ১৯৮৪ৰুবুল দাস, অসমীয়া লেখক, সাংবাদিক।
- ১৯৮৯কেই নিশিকোৰি, জাপানী পেছাদাৰী টেনিছ খেলুৱৈ।
- ১৯৯১ৰিতু ৰাণী, ভাৰতীয় ফিল্ড হকী খেলুৱৈ আৰু ৰাষ্ট্ৰীয় দলৰ প্ৰাক্তন অধিনায়ক।
মৃত্যু
- ২০১৫ঔম প্ৰকাশ মলহোত্ৰা, ভাৰতীয় ৰাজনীতিবিদ।
- ২০২২পেলে, এজন প্ৰাক্তন ব্ৰাজিলিয়ান ফুটবলাৰ। তেওঁক বহু কুশলী ব্যক্তি, সমালোচক, পূৰ্বৰ বা বৰ্তমানৰ খেলুৱৈ আৰু গুণগ্ৰাহীয়ে সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈ হিচাপে গণ্য কৰে।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ