অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

১০ নৱেম্বৰ

ঘটনাৱলী

  • ১৬৫৯প্ৰতাপগড়ৰ যুদ্ধত মাৰাঠা ৰজা চত্ৰপতি শিৱাজী মহাৰাজে আফজল খান, আদিলশাহীক হত্যা কৰে।
  • ১৯১৩গীতাঞ্জলি (কাব্যগ্ৰন্থ) (কাব্যগ্ৰন্থ)ৰ বাবে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰলৈ সাহিত্যৰ নোবেল পুৰস্কাৰ ঘোষণা কৰা হয়।
  • ১৯৭০ৰাছিয়াৰ লুনা-১৭ নামৰ মহাকাশযানখন চন্দ্ৰ অভিমুখে উৎক্ষেপণ কৰে। উল্লেখযোগ্য যে এই যানৰ জৰিয়তে ৰাছিয়াই চন্দ্ৰৰ মাটিত স্বয়ংচালিত চন্দ্ৰ ভ্ৰমণকাৰী যান লুনাখেদ-১ স্থাপন কৰে।
  • ১৯৯০চন্দ্ৰ শেখৰে সমাজবাদী জনতা পাৰ্টি গঠন কৰি কংগ্ৰেছৰ সমৰ্থনত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ শপত লয়।

জন্ম

  • ১৪৮৩মাৰ্টিন লুথাৰ, সংস্কাৰকামী আন্দোলনৰ নেতা তথা ধৰ্মীয় সংস্কাৰক।
  • ১৬৯৫জন বেৱিছ, ইংৰাজ জ্যোতি বিজ্ঞানী।
  • ১৬৯৭উইলিয়াম হগাৰ্থ, ইংৰাজ চিত্ৰশিল্পী আৰু ভাস্কৰ।
  • ১৮৪৮সুৰেন্দ্ৰনাথ বেনাৰ্জি, ভাৰতীয় ৰাজনীতিক।
  • ১৯০৮বিৰিঞ্চি কুমাৰ বৰুৱা অসমৰ শিক্ষাবিদ।
  • ২০০১ৰিয়ান পৰাগ, ভাৰতীয় ক্ৰিকেট খেলুৱৈ।

মৃত্যু

  • ১৯২৮অনিতা বাৰবাৰ, জাৰ্মান নৃত্যশিল্পী।
  • ১৯৯৪কুভেম্পু, ভাৰতীয় সাহিত্যিক।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ