ইতিহাসৰ আজিৰ দিনত
৩১ অক্টোবৰ
ঘটনাৱলী
- ১৮৯১জাপানত হোৱা প্ৰবল ভূমিকম্পৰ ফলত তিনি সহস্ৰাধিক লোকৰ মৃত্যু হয়।
- ১৯২০ভাৰতৰ প্ৰথম শ্ৰমিক সংগঠন নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ প্ৰতিষ্ঠা কৰা হয়।
- ১৯৩০কলকাতাত বেজবৰুৱা সমিতিৰ প্ৰথম অধিবেশন আৰম্ভ হয়। ১৯৩০ চনত স্থাপিত এই অনুষ্ঠানটো ১৯৩৩ চন মানলৈকে এৰা-ধৰাকৈ সক্ৰিয় হৈ আছিল।
- ১৯৬৬ভাৰতীয় সাঁতোৰবিদ মিহিৰ সেনে পানামা খাল সাঁতুৰি অতিক্ৰম কৰে। সাঁতুৰি পাৰ হোৱা তেৱেই প্ৰথম ভাৰতীয়।
- ১৯৯৯আটলাণ্টিক মহাসাগৰৰ ওপৰত ইজিপ্তৰ বিমান ব'য়িং ৭৬৭ ধ্বংস হয় আৰু ২১৪ জন যাত্ৰী নিহত হয়।
জন্ম
- ১৭৯৫জন কীটছ, ইংৰাজ কবি।
- ১৮৩৫যোহান ফ্ৰেডেৰিক উইলহেম আডলফ, প্ৰখ্যাত জাৰ্মান বিজ্ঞানী।
- ১৮৭৫বল্লভভাই পেটেল, ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা, লৌহ মানৱ, স্বাধীন ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী।
- ১৯৬১সৰ্বানন্দ সোণোৱাল, ভাৰতীয় ৰাজনীতিবিদ, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
মৃত্যু
- ১৯২৬হেৰী হুডিনি, হাংগেৰীৰ বিশ্বখ্যাত যাদুকৰ।
- ১৯৭৫শচীন দেৱবৰ্মণ, বিংশ শতাব্দীৰ ভাৰতীয় বাংলা সঙ্গীত শিল্পী।
- ১৯৮৪ইন্দিৰা গান্ধী, ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী।
- ২০০১ব্ৰজকুমাৰ নেহৰু, কূটনীতিজ্ঞ, গুজৰাট আৰু অসমৰ প্ৰাক্তন ৰাজ্যপাল।
- ২০০৫অমৃতা প্ৰীতম, পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰসিদ্ধ সাহিত্যিক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ